![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/8b/Ahom_insignia_plain.svg/langas-640px-Ahom_insignia_plain.svg.png&w=640&q=50)
ত্যাও খাম্টি
From Wikipedia, the free encyclopedia
চাওফা ত্যাও খাম্টি (আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜄𑜧𑜨 𑜁𑜪 𑜄𑜣) ১৩৮০ চনৰ পৰা ১৩৮৭ চনলৈ আহোম ৰাজ্যৰ ৰজা আছিল। তেখেতৰ সিংহাৰোহণে চুতুফাৰ মৃত্যুৰ পাছত ১৩৭৬ চনৰ পৰা ১৩৮০ চললৈ থকা অৰাজক কালৰ অন্ত পেলায়। কিন্তু ৰাণীৰ প্ৰতি থকা অত্যধিক মোহ আৰু সাধাৰণ জনতাৰ ওপৰত নিষ্ঠুৰতাই তেখেতৰ মৃত্যু মাতি আনে।
ক্ষিপ্ৰ তথ্য চাওফা ত্যাও খাম্টি 𑜋𑜰𑜫 𑜇𑜡 𑜄𑜧𑜨 𑜁𑜪 𑜄𑜣, সম্পূৰ্ণ নাম ...
চাওফা ত্যাও খাম্টি 𑜋𑜰𑜫 𑜇𑜡 𑜄𑜧𑜨 𑜁𑜪 𑜄𑜣 | |
---|---|
চাওফা 𑜋𑜰𑜫 𑜇𑜡 | |
১৩৮০ চনৰ পৰা ১৩৮৭ চনলৈ | |
সম্পূৰ্ণ নাম | |
চাওফা ত্যাও খাম্টি | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
ধৰ্ম | আহোম ধৰ্ম |
বন্ধ কৰক
অধিক তথ্য আহোম ৰাজবংশ ...
|
বন্ধ কৰক