![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/8b/Ahom_insignia_plain.svg/langas-640px-Ahom_insignia_plain.svg.png&w=640&q=50)
চুবিণ্ফা
From Wikipedia, the free encyclopedia
চাওলুং চ্যু-বিণ্-ফা (আহোম: 𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜈𑜢𑜃𑜫 𑜇𑜡) মৌঙ ডুন চোন খাম বা আহোম ৰাজ্যৰ তৃতীয়জন স্বৰ্গদেউ (চাওফা) আছিল। তেখেত চাওলুং চুতেওফাৰ বৰ পুতেক আছিল। তেখেত - ১২৮১ চনত ৰাজপাটত বহে।
ক্ষিপ্ৰ তথ্য চাওলুং চ্যু-বিণ্-ফা 𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜈𑜢𑜃𑜫 𑜇𑜡, সম্পূৰ্ণ নাম ...
চাওলুং চ্যু-বিণ্-ফা 𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜈𑜢𑜃𑜫 𑜇𑜡 | |
---|---|
চাওলুং আহোম ভাষা | |
চাওলুং চ্যু-খাং-ফা | |
সম্পূৰ্ণ নাম | |
চাওলুং চ্যু-বিণ্-ফা | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
ধৰ্ম | আহোম ধৰ্ম |
বন্ধ কৰক
অধিক তথ্য আহোম ৰাজবংশ ...
|
বন্ধ কৰক
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
চুবিনফাই ৰাজ্যৰ প্ৰজাক বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ অধীনলৈ দুটা ভাগত নি ৰাজ্যৰ শাসন-কাৰ্য অধিক কাৰ্য্যক্ষম আৰু সুচল কৰে। চুবিনফাই ত্যাওকাংবণ্ডুকা নাম মিচিং সম্প্ৰদায়ৰ ব্যক্তি এজনৰ কন্যা হিঙ্গুলীক বিয়া কৰাই আৰু বৰকুঁৱৰীৰ মৰ্য্যদা দিয়ে।
এইজনা স্বৰ্গদেউৰ দিনতেই সাতঘৰীয়া আহোমৰ সৃষ্টি হয়।
চুবিনফাৰ দিনত থাওৰুৰু বুঢ়াগোঁহাই আৰু চাওপাংবণ্ডুক বৰগোঁহাই আছিল ।