চ্যু-চেন-ফা
From Wikipedia, the free encyclopedia
চাওফা চ্যু-চেন-ফা (আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜏𑜢𑜃𑜫 𑜇𑜡)১৪৩৯ চনৰ পৰা ১৪৮৮ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ। আহোম বুৰঞ্জীসমূহে তেওঁক ভাল শাসক আখ্যা দিছিল আৰু প্ৰজাসকলে সুখত জীৱন কটাইছিল। তেওঁৰ সুদীৰ্ঘ ৪৯ বছৰ ৰাজত্ব কৰিছিল। টাংছু নগাসকলৰ আক্ৰমণ তেওঁৰ শাসনকালত পোৱা একমাত্ৰ আহুকাল আছিল আৰু সেয়া বলেৰে মষিমূৰ কৰা হৈছিল।
ক্ষিপ্ৰ তথ্য চাওফা চ্যু-চেন-ফা 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜏𑜢𑜃𑜫 𑜇𑜡, সম্পূৰ্ণ নাম ...
চাওফা চ্যু-চেন-ফা 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜏𑜢𑜃𑜫 𑜇𑜡 | |
---|---|
চাওফা | |
১৪৩৯ চনৰ পৰা ১৪৮৮ চনলৈ | |
সম্পূৰ্ণ নাম | |
চাওফা চ্যু-চেন-ফা | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
ধৰ্ম | আহোম ধৰ্ম |
বন্ধ কৰক
অধিক তথ্য আহোম ৰাজবংশ ...
|
বন্ধ কৰক