![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/8b/Ahom_insignia_plain.svg/langas-640px-Ahom_insignia_plain.svg.png&w=640&q=50)
চ্যু-হেন-ফা
From Wikipedia, the free encyclopedia
চাওফা চ্যু-হেন-ফা ১৪৮৮ চনৰ পৰা ১৪৯৩ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ। তেওঁৰ ৰাজত্বকালত আহোম ৰাজ্যৰ পৰিসীমা বাঢ়িছিল আৰু সেইবাবে নগা আৰু কছাৰী ৰাজ্যৰ লগত সংঘাত হৈছিল। নগাসকলৰ বিৰুদ্ধে তেওঁৰ সামৰিক অভিযান সফল হ'লেও কছাৰীসকলৰ লগত তেওঁৰ পৰাজয় হৈছিল। টাইৰুংবান ফৈদৰ এজন আহোমৰ হাতত তেওঁৰ মৃত্যু হয়।
ক্ষিপ্ৰ তথ্য চাওফা চ্যু-হেন-ফা, সম্পূৰ্ণ নাম ...
চাওফা চ্যু-হেন-ফা | |
---|---|
চাওফা | |
১৪৮৮ চনৰ পৰা ১৪৯৩ চনলৈ | |
সম্পূৰ্ণ নাম | |
চাওফা চ্যু-হেন-ফা | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
ধৰ্ম | আহোম ধৰ্ম |
বন্ধ কৰক
অধিক তথ্য আহোম ৰাজবংশ ...
|
বন্ধ কৰক