![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/8b/Ahom_insignia_plain.svg/langas-640px-Ahom_insignia_plain.svg.png&w=640&q=50)
চ্যু-পিম-ফা
From Wikipedia, the free encyclopedia
চাওফা চ্যু-পিম-ফা (আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜪𑜢 𑜇𑜡)১৪৯৩ চনৰ পৰা ১৪৯৭ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ আছিল। পিতৃ চুহেনফাৰ হত্যাকাৰীৰ প্ৰতিশোধ ল'বলৈ তেওঁ উচ্চ আৰু নিম্ন বৰ্গৰ লোকৰ ওপৰত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। সাধাৰণ ভুলৰ বাবে তেওঁ নিজৰ এগৰাকী গৰ্ভৱতী পত্নীক নগা পাহাৰলৈ নিৰ্বাসন দিছিল। ৰাণীয়ে কন্ছেং নামৰ পুত্ৰ সন্তানৰ জন্ম দিয়ে যি পাছত আহোম ৰাজ্যৰ প্ৰথম বৰপাত্ৰগোহাঁই হিচাপে বিচক্ষণতাৰ পৰিচয় দিছিল।
ক্ষিপ্ৰ তথ্য চাওফা চ্যু-পিম-ফা 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜪𑜢 𑜇𑜡, সম্পূৰ্ণ নাম ...
চাওফা চ্যু-পিম-ফা 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜪𑜢 𑜇𑜡 | |
---|---|
চাওফা | |
১৪৯৩ চনৰ পৰা ১৪৯৭ চনলৈ | |
সম্পূৰ্ণ নাম | |
চাওফা চ্যু-পিম-ফা | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
ধৰ্ম | আহোম ধৰ্ম |
বন্ধ কৰক
অধিক তথ্য আহোম ৰাজবংশ ...
|
বন্ধ কৰক