চুডাংফা
From Wikipedia, the free encyclopedia
ত্যাও-ফ্ৰ' চ্যু-ডাং-ফা (আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜓𑜂𑜫 𑜇𑜡, ইংৰাজী: Chaupha Siu-Dang-Pha)আহোম ৰাজ্যৰ (মু'ঙ দ'ন চ'ন খাম,𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪) অষ্টমজন স্বৰ্গদেউ(চাওফা,𑜋𑜧𑜨 𑜇𑜡) আছিল। তেওঁ অসমত ১৩৯৭ চনৰ ১৪০৭ চনলৈকে ৰাজত্ব কৰিছিল।[1] তেওঁৰ পিতৃ আছিল ত্যাও খামটি আৰু মাতৃৰ নাম আছিল ঘূগু কুঁৱৰী। তেওঁৰ পত্নীৰ নাম আছিল ছাও নাঙছেঙ।তেওঁ শিৱসাগৰৰ দিহিং নদীৰ ওচৰৰ চৰগুৱাত ৰাজধানী পাতিছিল। এওঁৰ দিনত ৰাজমাও আলি নিৰ্মাণ কৰা হৈছিল।[2]
ক্ষিপ্ৰ তথ্য ত্যাও-ফ্ৰ' চ্যু-ডাং-ফা 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜓𑜂𑜫 𑜇𑜡, ৰাজকীয় শাসন ...
ত্যাও-ফ্ৰ' চ্যু-ডাং-ফা 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜓𑜂𑜫 𑜇𑜡 | |
---|---|
চাওফা | |
ৰাজকীয় শাসন | ১৩৯৭ – ১৪০৭ খ্ৰীষ্টাব্দ |
খেউন ৰৌণ মাই ক্ব | ১৩৯৭ খ্ৰীষ্টাব্দ |
পূৰ্বৰ শাসক | ত্যাও খাম্টি |
পৰবৰ্তী শাসক | চুজান্ফা |
বৰ-কুঁৱৰী (নাঙ ফা) | ছাও নাঙছেঙ |
সম্পূৰ্ণ নাম | |
ত্যাও-ফ্ৰ' চ্যু-ডাং-ফা | |
উপাসনালয়ৰ নাম | |
ঘুগুহা দৌল | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
মাতৃ | ঘূগু কুঁৱৰী |
পিতৃ | ত্যাও খাম্টি |
জন্ম | ঘূগুহা, হাবুং, অসম |
মৃত্যু | ১৪০৯ খ্ৰীষ্টাব্দ |
ধৰ্ম | আহোম ধৰ্ম |
বন্ধ কৰক