![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/8b/Ahom_insignia_plain.svg/langas-640px-Ahom_insignia_plain.svg.png&w=640&q=50)
চ্যু-ক্লম-ফা
From Wikipedia, the free encyclopedia
চুক্লমফা বা ৰামধ্বজ সিংহ ( সৰুগোহাঁই) (ৰাজত্বকাল ১৬৭২–১৬৭৪) আহোম সাম্ৰাজ্যৰ এজন স্বৰ্গদেৱ আছিল। তেওঁৰ শাসনকালতে ডেবেৰা বৰবৰুৱা প্ৰবল-প্ৰতাপী হৈ উঠাৰ লগতে ৰাজ্যৰ উচ্চপদস্থ বিষয়াসকলৰ মাজত প্ৰায় দহ বছৰ জোৰা ক্ষমতাৰ অঁৰিয়াঅঁৰিয়ে গা কৰি উঠিছিল। ইয়াৰ ফলত উক্ত কালছোৱাত ৰাজবিষয়াসকলৰ হস্তক্ষেপত সঘনাই ৰজা ভঙা-পতা চলিছিল।
ক্ষিপ্ৰ তথ্য চাওফা চুক্লমফা, ৰাজত্ব ...
চাওফা চুক্লমফা | |
---|---|
চাওফা | |
ৰাজত্ব | ১৬৭২-১৬৭৪ |
অভিষেক | ১৬৭২ |
উত্তৰসূৰী | চুহুংফা |
সম্পূৰ্ণ নাম | |
চাওফা চুক্লমফা | |
বাসগৃহ | চাৰিঙীয়া ফৈদ, আহোম ৰাজবংশ |
সমাধিস্থল | চে-ৰায়-দয় |
ধৰ্ম | আহোম ধৰ্ম, হিন্দু ধৰ্ম |
বন্ধ কৰক
অধিক তথ্য আহোম ৰাজবংশ ...
|
বন্ধ কৰক