![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/8b/Ahom_insignia_plain.svg/langas-640px-Ahom_insignia_plain.svg.png&w=640&q=50)
চ্যু-খাম-ফা
From Wikipedia, the free encyclopedia
চাওফা চ্যু-খাম-ফা (ইংৰাজী: Sukhaamphaa) ১৫৫২ খ্ৰীষ্টাব্দত (বাপেকক গড়গঞাঁ ৰজাৰ পিছতে) আহোম ৰাজপাটত উঠিছিল। এবাৰ চিকাৰলৈ যাওঁতে হাতীৰ পৰা এওঁৰ ভৰি এখন খোৰা হৈছিল। সেইবাবে এওঁক খোৰা ৰজাও বোলে। সাতজন আহোম কোঁৱৰ লগ লাগি চুখাম্ফাক মাৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। কিন্তু ডাঙৰীয়াসকলৰ পৰামৰ্শত ৰজাই কোঁৱৰ কেইজনৰ কোনো অনিষ্ট নকৰি এৰি দিছিল। কিছু দিনৰ পাছত এই কেইজনে পুনৰ বিদ্ৰোহ আচৰণ কৰি ধৰা পৰিছিল। সেইবাৰ খোৰা ৰজাই তেওঁলোকক মৃত্যুদণ্ড বিহিছিল।[1]
অধিক তথ্য আহোম ৰাজবংশ ...
|
বন্ধ কৰক
ক্ষিপ্ৰ তথ্য চাওফা চ্যু-খাম-ফা, সম্পূৰ্ণ নাম ...
চাওফা চ্যু-খাম-ফা | |
---|---|
চাওফা | |
১৫৫২- ১৬০৩ খ্ৰীষ্টাব্দ | |
চুক্লেনমুং | |
চুখাম্ফা | |
সম্পূৰ্ণ নাম | |
চাওফা চ্যু-খাম-ফা | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
পিতৃ | চুক্লেনমুং |
ধৰ্ম | আহোম ধৰ্ম |
বন্ধ কৰক