![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/8b/Ahom_insignia_plain.svg/langas-640px-Ahom_insignia_plain.svg.png&w=640&q=50)
চুদিংফা
From Wikipedia, the free encyclopedia
চুদিংফা বা চ্যু-দিং-ফা ওৰফে চন্দ্ৰকান্ত সিংহ ১৯৩২ শকৰ ৬ মাঘত অসমৰ ৰজা হৈছিল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ভায়েক আছিল। ৰজা হোৱাৰ সময়ত তেওৰ বয়স আছিল তেৰ বছৰ। তেও দুবাৰকৈ অসমৰ ৰজা হৈছিল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউৰ দিনতে কুকুৰাচোৱা ভুতৰ পুতেকৰ খবৰ সংঘটিত হৈছিল। তেওৰ দিনতে অসমলৈ প্ৰথমবাৰ মান আহিছিল।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য চুদিংফা, উত্তৰসূৰী ...
চুদিংফা | |
---|---|
স্বৰ্গদেউ | |
উত্তৰসূৰী | পুৰন্দৰ সিংহ |
দাম্পত্য সঙ্গী | মদাম্বিকা |
সন্তান | |
ঘনকান্ত সিংহ, হেমকান্ত কোৱৰ | |
সম্পূৰ্ণ নাম | |
চন্দ্ৰকান্ত সিংহ | |
ধৰ্ম | হিন্দু ধৰ্ম, ফুৰালুং |
বন্ধ কৰক
অধিক তথ্য আহোম ৰাজবংশ ...
|
বন্ধ কৰক