ওঁ হৈছে হিন্দু ধৰ্মৰ পৱিত্ৰ আৰু সৰ্বজনীন প্ৰতীক। ইয়াক ওঁ-কাৰ , ওঙ্কাৰ (সংস্কৃত: অ + উ + ম্), প্ৰণৱ , ত্ৰ্যক্ষৰ আদি নামেৰেও জনা যায়। ই হিন্দু দৰ্শনৰ সৰ্বোচ্চ ঈশ্বৰ ব্ৰহ্মৰ বাচক।[1] এই ধৰ্মৰ প্ৰতিটো সম্প্ৰদায় আৰু উপসম্প্ৰদায়ে ইয়াক অতি পৱিত্ৰ বুলি গণ্য কৰে। স্বামী বিবেকানন্দৰ মতে, ওঁ-কাৰ "সমগ্ৰ ব্ৰহ্মাণ্ডৰ প্ৰতীক তথা ঈশ্বৰৰো প্ৰতীক। "[2] ৰামকৃষ্ণ পৰমহংসৰ মতে, "...ওঁ মানেই 'ওঁ শিৱ', 'ওঁ কালী', 'ওঁ কৃষ্ণ' হৈছে। "[3] ওঁ-কাৰ বৌদ্ধ , জৈন , শিখ সকলেও পৱিত্ৰ জ্ঞান কৰে। এই প্ৰতীকৰ দেৱনাগৰী ৰূপ ॐ, চীনা ৰূপ 唵, আৰু তিব্বতীয় ৰূপ ༀ।[4]
অধিক তথ্য হিন্দু ধৰ্ম ...
হিন্দু ধৰ্ম
ওঁ • ব্ৰহ্মা • ঈশ্বৰ
হিন্দু • হিন্দু ধৰ্মৰ ইতিহাস
ধাৰণা
ব্ৰহ্মা • ওঁ • ঈশ্বৰ
আত্ম • মায়া
কৰ্ম • সংসাৰ
পুৰুষাৰ্থ
(ধৰ্ম • অৰ্থ • কাম • মোক্ষ )
মতবাদ
আস্তিক
সাংখ্য •
যোগ
ন্যায় •
বৈশেষিক
পূৰ্ব মীমাংসা
উত্তৰ মীমাংসা (বেদান্ত )
(দ্বৈত , অদ্বৈত , বিশিষ্টাদ্বৈত )
নাস্তিক
চাৰ্বাক
শাস্ত্ৰ
বেদ
ঋকবেদ • যজুৰবেদ
সামবেদ • অথৰ্ববেদ
বিভাগ
সংহিতা , ব্ৰাহ্মণ ,আৰণ্যক , উপনিষদ
উপবেদ
আয়ুৰ্বেদ • ধনুৰ্বেদ
গন্ধৰ্ৱবেদ • স্থাপত্যবেদ
বেদাঙ্গ
শিক্ষা •
ছন্দ •
ব্যাকৰণ
নিৰুক্ত •
কল্প •
জ্যোতিষ
উপনিষদ
ঋগ্বৈদিক
ঐতৰেয়
যজুৰ্বৈদিক
বৃহদাৰণ্যক • ঈশ তৈত্তিৰীয় • কঠ • শ্বেতাশ্বেতৰ
সামবৈদিক
ছান্দগ্যো • কেন
অথৰ্ববৈদিক
মুণ্ডক • মাণ্ডুক্য • প্ৰশ্ন
পুৰাণ
ব্ৰাহ্মী পুৰাণ
ব্ৰহ্মা • ব্ৰহ্মাণ্ড ব্ৰহ্মবৈবৰ্ত মাৰ্কণ্ডেয় • ভৱিষ্য
বৈষ্ণব পুৰাণ
বিষ্ণু • ভাগৱত নাৰদীয় • গৰুড় • পদ্ম
শৈৱ পুৰাণ
শিৱ • লিঙ্গ স্কন্ধ • অগ্নি • বায়ু
ইতিহাস
ৰামায়ণ • মহাভাৰত
অন্যান্য শাস্ত্ৰগ্ৰন্থ
শ্ৰীমদ্ভগৱতগীতা
ধৰ্মশাস্ত্ৰ • মনুস্মৃতি
অৰ্থশাস্ত্ৰ • যোগবাশিষ্ঠ
সূত্ৰ • স্তোত্ৰ • তন্ত্ৰ
যোগসূত্ৰ
অন্যান্য
শাস্ত্ৰৰ বৰ্গীকৰণ
শ্ৰুতি • স্মৃতি
অন্যান্য প্ৰসঙ্গ
হিন্দু শাখাসম্প্ৰদায় দেশ অনুসাৰে হিন্দু ধৰ্ম
পুৰাণ • হিন্দু পঞ্জিকা
হিন্দু আইন • হিন্দু মূৰ্তিতত্ত্ব
হিন্দু জাতীয়তাবাদ • হিন্দুত্ব
তীৰ্থ
অত্যাচাৰ • সমালোচনা
শব্দকোষ
হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
প্ৰ • আ • স
বন্ধ কৰক
অসমীয়া হৰফত ওঁ-কাৰ