বিশ্ব সিংহ
From Wikipedia, the free encyclopedia
বিশ্ব সিংহ (১৫১৫-১৫৪০) কমতা ৰাজ্য শাসন কৰা কোচ ৰাজবংশৰ আদি ৰজা। তেওঁ কোচ বংশীয় আছিল।[1] কোচসকলৰ শাসক হাজোৰ নাতি আৰু হাড়িয়া মণ্ডলৰ পুত্ৰ বিশ্ব সিংহই বাৰ ভূঞাসকলৰ বিৰুদ্ধে কেইবাটাও জনগোষ্ঠীক একত্ৰিত কৰিবলৈ সক্ষম হৈছিল। তেওঁ প্ৰতিষ্ঠা কৰা কমতা ৰাজ্যৰ অৱশেষ এতিয়াও আছে।
ক্ষিপ্ৰ তথ্য বিশ্ব সিংহ, ৰাজত্ব ...
বিশ্ব সিংহ | |
---|---|
ৰাজত্ব | ১৫১৫-১৫৪০ |
অভিষেক | ১৫১৫ |
পূৰ্বসূৰী | নাই |
উত্তৰসূৰী | নৰনাৰায়ণ |
পিতৃ | হাড়িয়া মণ্ডল |
বন্ধ কৰক