পদ্ম পুৰাণFrom Wikipedia, the free encyclopedia পদ্ম পুৰাণ (দেৱনাগৰী: पद्म पुराण) ওঠৰখন পুৰাণৰ ভিতৰত অন্যতম। এই হিন্দু ধৰ্মগ্ৰন্থখনক গীতামাহাত্ম্য নামেৰেও জনা যায়। ই পাঁচটা অংশ আৰু প্ৰায় ৫৫,০০০ শ্লোকত বিভক্ত। পদ্ম পুৰাণক সাত্ব পুৰাণৰ (ভাল আৰু নিৰ্মলতা প্ৰকাশ কৰা) শ্ৰেণীত ধৰা হয়।[1]
পদ্ম পুৰাণ (দেৱনাগৰী: पद्म पुराण) ওঠৰখন পুৰাণৰ ভিতৰত অন্যতম। এই হিন্দু ধৰ্মগ্ৰন্থখনক গীতামাহাত্ম্য নামেৰেও জনা যায়। ই পাঁচটা অংশ আৰু প্ৰায় ৫৫,০০০ শ্লোকত বিভক্ত। পদ্ম পুৰাণক সাত্ব পুৰাণৰ (ভাল আৰু নিৰ্মলতা প্ৰকাশ কৰা) শ্ৰেণীত ধৰা হয়।[1]