অসমীয়া জাতি
Assamese speaker population in 2024 260lakh / From Wikipedia, the free encyclopedia
অসমীয়া জাতি হৈছে অসমীয়া ভাষাৰ সৈতে জড়িত এক সামাজিক-জাতিগত ভাষিক জনগোষ্ঠীৰ সমুহ।[4][5][6] বেছিভাগ অসমীয়াই ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰে, য'ত তেওঁলোকৰ জনসংখ্যা প্ৰায় ৫৬%।[7] অসমীয়া শব্দটো প্ৰচলন হোৱাৰ আগতে অসমৰ বাসিন্দাক বুজাবলৈও ইয়াক ব্যৱহাৰ কৰা হয়।[8] ই অষ্ট্ৰ'এছিয়াটিক, চীনা-তিব্বতীয়, ভাৰত-আৰ্য আৰু টাই জনসংখ্যাক সামৰা ই এক বৈচিত্ৰময় জাতি।[5] অসমত অসমীয়া ভাষীৰ মুঠ জনসংখ্যা প্ৰায় ১৫.০৯ নিযুত যি ২০১১ চনৰ ভাষা লোকপিয়ল অনুসৰি ৰাজ্যখনৰ জনসংখ্যাৰ ৪৮.৩৮%। চাওলুং চ্যু-কা-ফাক অসমীয়া জাতিৰ পিতৃ বুলি গণ্য কৰা হয়।[9]
ক্ষিপ্ৰ তথ্য মুঠ জনসংখ্যা, উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ ...
মুঠ জনসংখ্যা | |||||||||
---|---|---|---|---|---|---|---|---|---|
১৩,২৬৮,৪৮৪ (২০০১ জণগণনামতে)[1] | |||||||||
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ | |||||||||
| |||||||||
ভাষাসমূহ | |||||||||
অসমীয়া (আৰু উপভাষা; কামৰূপী • গোৱালপৰীয়া) | |||||||||
ধৰ্ম | |||||||||
সংখ্যাগুৰু: হিন্দু( এক শৰণ ধৰ্ম,🏳 সৎনামী) অসমৰ জনজাতীয় ধৰ্ম: • ফুৰালুঙ ধৰ্ম • ডনি পল • বাথৌ ধৰ্ম •তিৱা জনজাতীয় ধৰ্ম | |||||||||
সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী | |||||||||
বন্ধ কৰক