ভাৰত-আৰ্য ভাষা পৰিয়াল
পূবত অসমৰ পৰা পশ্চিমত জাৰ্মানীলৈ কথিত ভাষাৰ এক পৰিয়াল / From Wikipedia, the free encyclopedia
ভাৰত-আৰ্য বা ভাৰতীয় ভাষাসমূহ হৈছে ভাৰতীয় উপমহাদেশৰ মুখ্য ভাষা। ভাষাকেইটাই ভাৰত-ইৰানীয় ভাষাসমূহৰ এডাল ডাল অন্তৰ্ভুক্ত কৰে, যোনটো নিজেই ভাৰত-ইউৰোপীয় ভাষাপৰিয়াল ৰ এডাল ডাল। ভাৰত-আৰ্য কওঁতা সকল মুঠ ভাৰত-ইউৰোপীয় কওঁতাৰ এভাগ আৰু আধা (৩ বিলিয়নৰ প্ৰায় ১.৫)। ভাষাসমূহ দক্ষিণ এছিয়াত প্ৰধানকৈ প্ৰচলিত হোৱাৰ বাহিৰেও ইউৰোপ আৰু মধ্যপ্ৰাচ্যতো কোৱা হয়। আটাইতকৈ বেছি ভাষী থকা ভাষাসমূহ হৈছে: হিন্দুস্তানী (হিন্দী-উৰ্দু, প্ৰায় ৩২৯ নিযুত), বঙালী (প্ৰায় ২৪২ নিযুত), পঞ্জাবী (প্ৰায় ১০০ নিযুত) আৰু বাকী ভাষাসমূহৰ ২০০৫ৰ হিচাপ অনুসৰি প্ৰায় ৯০০ নিযুত কওঁতা আছে।
ক্ষিপ্ৰ তথ্য ভাৰত-আৰ্য, ভৌগোলিক বিস্তৃতি: ...
ভাৰত-আৰ্য | |
---|---|
ভাৰতীয় | |
ভৌগোলিক বিস্তৃতি: |
দক্ষিণ এছিয়া (আৰু ইউৰোপ তথা মধ্যপ্ৰাচ্যৰ কিছু এলেকা। ) |
ভাষাৰ শ্ৰেণীবিভাজন: | ভাৰত-ইউৰোপীয়
|
প্ৰাক্-ভাষা: | আদি-ভাৰত-আৰ্য |
উপশ্ৰেণীসমূহ: |
দাৰ্দীয়
উত্তৰ এলেকা
উত্তৰপশ্চিম এলেকা
পশ্চিম এলেকা
কেন্দ্ৰীয় এলেকা
পূৰ্বীয় এলেকা
দক্ষিণীয়া এলেকা
|
ISO 639-5: | inc |
১৯৭৮ চনৰ মানচিত্ৰখনত প্ৰধান ভাৰত-ইৰানীয় ভাষাসমূহৰ ভৌগোলিক অৱস্থান দেখুওৱা হৈছে। (উৰ্দু ভাষা হিন্দী ভাষাৰ অন্তৰ্ভুক্ত কৰা হৈছে। ৰোমানী ভাষা, দোমাৰী ভাষা আৰু ল’মাভ্ৰেন ভাষাৰ অৱস্থান মানচিত্ৰখনৰ বাহিৰত। ) বিন্দুযুক্ত/ৰেখাযুক্ত এলেকাসমূহে বহুভাষিকতা দেখাইছে।
কেন্দ্ৰীয়
দাৰ্দীয়
পূৰ্বীয়
উত্তৰ
উত্তৰপশ্চিমীয়া
দক্ষিণীয়া
পশ্চিম |
বন্ধ কৰক