অসমৰ জনজাতীয় ধৰ্ম
From Wikipedia, the free encyclopedia
অসমৰ জনজাতীয় ধৰ্মই (ইংৰাজী: Assamese folk religion) অসমৰ মংগোলীয়সকলৰ পৰম্পৰাগত ধৰ্মীয় পদ্ধতিসমূহক সামৰি লয়। ইয়াৰ ভিতৰত চেং (আত্মা) আৰু পূৰ্বপুৰুষৰ পূজা, , প্ৰকৃতি পূজা আদি সামৰি লোৱা হয়। এই ধৰ্মীয় বিশ্বাস সমুহত তিব্বতীয় আৰু টাই প্ৰভাৱ পৰা দেখা যায়। আহোম ৰাজ্বকালত এই প্ৰথাসমূহ তাওবাদী শিক্ষাৰ সৈতে মিহলি হৈ পৰিছিল।[1]আহোম সকলে বানফি-ফুৰালুং প্ৰথা মানি চলে যত প্ৰাচীন চীনত চলা তাওধৰ্ম, কুনফুছিয়ান ধৰ্ম আৰু কিছু চীনা বুদ্ধ ধৰ্ম মিলিত হৈছে। মান- তিব্বতীয় বড়ো-কছাৰী সকলে বাথৌ ধৰ্ম মানি চলে আনহাতে টানি মূলীয় মিচিং জনগোষ্ঠীয়ে ডনি পল ধৰ্ম মানি চলে।
ক্ষিপ্ৰ তথ্য সৰ্বাধিক জনসংখ্যা বিশিষ্ট অঞ্চল, ধৰ্মগ্ৰন্থ ...
সৰ্বাধিক জনসংখ্যা বিশিষ্ট অঞ্চল | |
---|---|
অসম আৰু অৰুণাচল | |
ধৰ্মগ্ৰন্থ | |
লিট্ লাই পেঞ কা কা | |
ভাষা | |
আহোম ভাষা, বড়ো-গাৰো ভাষা, মিছিং ভাষা, কাৰ্বি ভাষা | |
মংগোলীয় সকলৰ পৰম্পৰাগত জনগোষ্ঠীয় ধৰ্ম |
বন্ধ কৰক