টাই জাতি
From Wikipedia, the free encyclopedia
টাই জাতি বা বৃহত্তৰ টাই জাতি(আহোম: 𑜄𑜩চীনা:台语民族; দাই জাতি ,অসমীয়া:আহোম/নৰা, ইংৰাজী:Tai People)হ'ল এটা জাতি যিসকলে বৰ্তমান বা অতীতত টাই ভাষা ব্যৱহাৰ কৰিছিল। সৰ্বমুঠ ৯৩ মিলিয়ন জনসংখ্যাৰে আটাইতকৈ ডাঙৰ জনগোষ্ঠীৰ সমূহ টাই জাতিত আহোম,শান,ঈশান,লাও,থাই, খামটি,ফাকে,আইটন, টুৰুঙ, খাময়াঙ, উত্তৰপৰীয়া থাইৰ দৰে বহু জনগোষ্ঠী সোমাই আছে। টাই সকলক দক্ষিণ চীন, দক্ষিণ পূব এছিয়া আৰু উত্তৰ-পূব ভাৰতত বসতি স্থাপন কৰিছিল। আজিও তেওঁলোকৰ মাজত সাংস্কৃতিক, সাহিত্যিক আৰু ভাষিক সাদৃশ্য দেখা যায়।
ক্ষিপ্ৰ তথ্য উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ, ভাষাসমূহ ...
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ |
---|
দক্ষিণ পূব এছিয়া দক্ষিণ চীন (দাই জনগোষ্ঠী , ঝুৱাঙ জনগোষ্ঠী) ম্যানমাৰ (শান জনগোষ্ঠী) লাওছ টাই লাও থাইলেণ্ড থাই বা চিয়াম,টাই দাম,ঈশান লাও ভিয়েটনাম উত্তৰ-পূব ভাৰত (আহোম,খামটি,ফাকে,আইটন, টুৰুঙ, খাময়াঙ) |
ভাষাসমূহ |
ধৰ্ম |
বৌদ্ধ ধৰ্ম,আহোম ধৰ্ম,টাই জনগোষ্ঠীয় ধৰ্ম,হিন্দু ধৰ্ম,প্ৰকৃতিৰ উপাসনা,শামান |
সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী |
বাঈ য়ুই,হান,ঝুৱাঙ |
বন্ধ কৰক