অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী
From Wikipedia, the free encyclopedia
অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী (ইংৰাজী: Sino-Tibetan and Tai peoples of Assam) বা অসমৰ মংগোলীয় জনগোষ্ঠী প্ৰাচীন আৰু মধ্যযুগীয় কালত চীন আৰু মানদেশ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰব্ৰজন কৰা জনগোষ্ঠী।[1][2] তেওঁলোকে অসমৰ জনসংখ্যাৰ সৰ্ববৃহৎ অংশক প্ৰতিনিধিত্ব কৰি ৰাজ্যৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশত প্ৰবল প্ৰভাৱ পেলাইছে।