ভাদ
অসমীয়া বৰ্ষৰ পঞ্চম মাহ / From Wikipedia, the free encyclopedia
ভাদ অসমীয়া বৰ্ষপঞ্জীৰ পঞ্চম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।[1] ভাদত ৩১ দিন থাকে।[2] এই ভাদ মাহতেই দুই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি।[3] ১ ভাদ হ'ল এই মাহৰ প্ৰথম দিন। এই দিনটোৰ পৰাই অসমীয়া মানুহে গুৰু দুজনাক সুঁৱৰি নামঘৰত দৈনিক নাম প্ৰসংগ কৰে।
০১ 19 | ||||||
০২ 20 |
০৩ 21 |
০৪ 22 |
০৫ 23 |
০৬ 24 |
০৭ 25 |
০৮ 26 |
০৯ 27 |
১০ 28 |
১১ 29 |
১২ 30 |
১৩ 31 |
১৪ 01 |
১৫ 02 |
১৬ 03 |
১৭ 04 |
১৮ 05 |
১৯ 06 |
২০ 07 |
২১ 08 |
২২ 09 |
২৩ 10 |
২৪ 11 |
২৫ 12 |
২৬ 13 |
২৭ 14 |
২৮ 15 |
২৯ 16 |
৩০ 17 |
৩১ 18 |
|||||
১৪৩০ ভাস্কৰাব্দ |