অসমীয়া বৰ্ষৰ ষষ্ঠ মাহ From Wikipedia, the free encyclopedia
আহিন অসমীয়া বৰ্ষপঞ্জীৰ ষষ্ঠ মাহ। অশ্বিনী নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম আশ্বিন বা আহিন হৈছে। অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।[1] আহিন মাহত ৩০ দিন থাকে।[2] আহিন মাহত শৰৎ ঋতুৰ সমাপ্তি হৈ হেমন্ত ঋতুৰ আৰম্ভ হয়।
০১ 19 |
০২ 20 |
০৩ 21 |
০৪ 22 |
০৫ 23 | ||
০৬ 24 |
০৭ 25 |
০৮ 26 |
০৯ 27 |
১০ 28 |
১১ 29 |
১২ 30 |
১৩ 01 |
১৪ 02 |
১৫ 03 |
১৬ 04 |
১৭ 05 |
১৮ 06 |
১৯ 07 |
২০ 08 |
২১ 09 |
২২ 10 |
২৩ 11 |
২৪ 12 |
২৫ 13 |
২৬ 14 |
২৭ 15 |
২৮ 16 |
২৯ 17 |
৩০ 18 |
|||
১৪৩০ ভাস্কৰাব্দ |
অসমীয়া পঞ্জিকাত আহিন মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকাত ছেপ্টেম্বৰ আৰু অক্টোবৰ হয়। আহিন ছেপ্টেম্বৰৰ ১৮ বা ১৯ তাৰিখত আৰম্ভ হয় আৰু অক্টোবৰৰ মধ্যলৈকে থাকে।[2] আহিন মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত ভাদ্ৰপদ মাহ চলি থাকে।[1]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.