আহাৰ অসমীয়া বৰ্ষপঞ্জীৰ তৃতীয় মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।[1] আহাৰত ৩১ দিন থাকে।[2] আহাৰ হ'ল এই মাহৰ প্ৰথম দিন।

০১
17
০২
18
০৩
19
০৪
20
০৫
21
০৬
22
০৭
23
০৮
24
০৯
25
১০
26
১১
27
১২
28
১৩
29
১৪
30
১৫
01
১৬
02
১৭
03
১৮
04
১৯
05
২০
06
২১
07
২২
08
২৩
09
২৪
10
২৫
11
২৬
12
২৭
13
২৮
14
২৯
15
৩০
16
৩১
17
১৪৩০ ভাস্কৰাব্দ

অন্য পঞ্জিকাত আহাৰৰ সমসাময়িক মাহ

অসমীয়া পঞ্জিকাত আহাৰ মাহ চলি থাকোতে গ্ৰেগৰিয়ান পঞ্জিকাজুন আৰু জুলাই হয়। অহাৰ ১৫ বা ১৬ মে'ত আৰম্ভ হয় আৰু জুলাইৰ মধ্যলৈকে থাকে।[3] আহাৰ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত জ্যেষ্ঠ মাহ চলি থাকে।[4]

প্ৰাকৃতিক পৰিৱৰ্তন

Thumb
যোৰহাটৰ বৰমঠাউৰি মিচিং গাঁৱত আহাৰ মাহৰ কঠীয়াতলী আৰু কঠীয়া ৰোৱা পথাৰ

অসমীয়া কবিতাত ৰঘুনাথ চৌধাৰী য়ে লিখিছে -

"আহাৰ মহীয়া ভৰ দুপৰীয়া

ৰ’দে খাওঁ খাওঁ কৰে,

ভমক ভমক কি চাবা চমক

চকু ছাট মাৰি ধৰে।"

অহাৰ মাহ প্ৰখৰ ৰ'দ আৰু গৰমৰ সময়। মাজে মাজে বৰষুণ হয়। এই সময়ত গ্ৰীষ্ম ঋতু চলি থাকে। আহাৰ মাহ অসমত খেতিৰ ভৰপক উঠাৰ বতৰ৷ এই সময়ত পথাৰত হাল বোৱা আৰু কঠীয়া ৰোৱাৰ কামত অসমৰ খেতিয়ক সকল ব্যস্ত হৈ পৰে।

উৎসৱ পৰ্ব আদি

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.