লক্ষ্মণ
ৰামায়ণৰ মূল চৰিত্ৰ ৰামৰ ভ্ৰাতৃ / From Wikipedia, the free encyclopedia
লক্ষ্মণ (সংস্কৃত: लक्ष्मण ) (আক্ষৰিক অৰ্থত যাৰ ভাগ্যশালীৰ লক্ষণ আছে) লখন হৈছে ৰামায়ণৰ মূল চৰিত্ৰ ৰামৰ ভ্ৰাতৃ। তেওঁক সৌমিত্ৰ, ৰামানুজ আৰু ভৰতানুজ নামেৰেও জনা যায়। তেওঁ শত্ৰুঘ্নৰ যঁমজ ভ্ৰাতৃ।
ক্ষিপ্ৰ তথ্য লক্ষ্মণ, দেৱনাগৰী ...
লক্ষ্মণ | |
---|---|
ৰামৰ ভ্ৰাতৃ | |
দেৱনাগৰী | लक्ष्मण |
সম্পৰ্ক | শেষনাগৰ অৱতাৰ |
নিবাস | বৈকুণ্ঠ, ক্ষীৰ সাগৰ |
অস্ত্ৰ | ধনু-কাঁড়, তৰোৱাল |
পিতৃ-মাতৃ | দশৰথ (পিতৃ) সুমিত্ৰা (মাতৃ) কৌশল্যা (মাহীমাক) কৈকেয়ী (মাহীমাক) |
সহোদৰ | শত্ৰুঘ্ন (ভ্ৰাতৃ) ৰাম (সতীয়া ভ্ৰাতৃ) ভৰত (সতীয়া ভ্ৰাতৃ) শান্তা (সতীয়া ভগ্নী) |
সন্তান | অংগদ চন্দ্ৰকেতু[1] |
বন্ধ কৰক