![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/5d/Birth_of_rama.jpg/640px-Birth_of_rama.jpg&w=640&q=50)
কৌশল্যা
ৰামৰ মাতৃ / From Wikipedia, the free encyclopedia
কৌশল্যা হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ কোশল ৰাজ্যৰ ৰাজকুমাৰী আছিল আৰু ৰজা দশৰথৰ পত্নী, ৰামৰ মাতৃ [1][2] আৰু অযোধ্যাৰ জ্যেষ্ঠ ৰাণী আছিল। তেওঁ শান্তা নামৰ এগৰাকী কন্যা সন্তানৰ মাতৃও আছিল। বাল্মীকি ৰামায়ণৰ বালকাণ্ডত শান্তাৰ উল্লেখ আছে।[3]