![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/c/cb/King_Dasharatha_grieves_inconsolably_at_his_obligation_to_banish_Rama_to_the_forest.jpg/640px-King_Dasharatha_grieves_inconsolably_at_his_obligation_to_banish_Rama_to_the_forest.jpg&w=640&q=50)
দশৰথ
ৰামৰ পিতৃ / From Wikipedia, the free encyclopedia
দশৰথ (সংস্কৃত: दशरथ ) হৈছে ৰামায়ণ আৰু বিষ্ণু পুৰাণত বৰ্ণিত কোশল দেশৰ ৰজা আৰু ৰামৰ পিতৃ। তেওঁৰ ৰাজধানীৰ নাম অযোধ্যা। তেওঁ আছিল ৰজা অজ আৰু ৰাণী ইন্দুমতীৰ পুত্ৰ। তেওঁৰ তিনিগৰাকী ভাৰ্যা আছিল। তেওঁলোক হৈছে কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা। তেওঁলোকৰ গৰ্ভত দশৰথৰ ঔৰষত ৰাম, ভৰত, লক্ষ্মণ আৰু শত্ৰুঘ্নৰ জন্ম হয়।
ক্ষিপ্ৰ তথ্য দশৰথ, দেৱনাগৰী ...
দশৰথ | |
---|---|
ৰামায়ণৰ চৰিত্ৰ | |
![]() জ্যেষ্ঠ পুত্ৰ ৰামক বনবাস দিবলগীয়া হোৱাত ক্ৰন্দনৰত দশৰথ। | |
দেৱনাগৰী | दशरथ |
জন্মৰ নাম | নেমি |
জন্মস্থান | অযোধ্যা, কোশল (বৰ্তমানৰ উত্তৰ প্ৰদেশ, ভাৰত) |
মৃত্যুৰ স্থান | অযোধ্যা |
পূৰ্বসূৰী | অজ |
তথ্য | |
পৰিয়াল | অজ (পিতৃ) ইন্দুমতী (মাতৃ) |
দাম্পত্যসঙ্গী | কৌশল্যা কৈকেয়ী সুমিত্ৰা |
সন্তান | শান্তা ৰাম ভৰত লক্ষ্মণ শত্ৰুঘ্ন |
ধৰ্ম | হিন্দু |
বন্ধ কৰক