ভাৰতীয় সাহিত্য পুৰস্কাৰ From Wikipedia, the free encyclopedia
সৰস্বতী সন্মান (ইংৰাজী: Saraswati Samman) হৈছে ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত উল্লেখিত ২২টা ভাষাৰ যিকোনো এটাত লিখিত শ্ৰেষ্ঠ কাব্য বা গদ্যৰ বাবে প্ৰদান কৰা এক উল্লেখযোগ্য সাহিত্য পুৰস্কাৰ।[1][2] হিন্দু ধৰ্মৰ জ্ঞানৰ দেৱী সৰস্বতীৰ নামেৰে এই বঁটাৰ নামাকৰণ কৰা হৈছে।[2]
সৰস্বতী সন্মান | |
---|---|
পৃষ্ঠপোষক | কে কে বিৰলা ফাউণ্ডেচন[1] |
তাৰিখ | ১৯৯১ |
অৱস্থান | দিল্লী |
দেশ | ভাৰত |
পুৰস্কাৰ | ₹ ১৫,০০,০০০ |
শেহতীয়া বিজয়ী | শিৱশংকৰী |
শ্ৰেষ্ঠাংশ | |
মুঠ প্ৰাপক | ৩২ |
প্ৰথম বিজয়ী | হৰিবংশ ৰায় বচ্চন |
কে কে বিৰলা ফাউণ্ডেচনে ১৯৯১ চনৰপৰা এই বঁটা প্ৰদানৰ আনুষ্ঠানিকতা আৰম্ভ কৰে। এই বঁটাৰ অংশ ৰূপে ১৫,০০,০০০ নগদ টকাৰে[3] সৈতে এখন প্ৰমাণ পত্ৰ আৰু এটি ফলক প্ৰদান কৰা হয়।[1][2][4] বিদগ্ধ পণ্ডিত আৰু প্ৰাক্তন বঁটা বিজয়ীৰে গঠিত এখন নিৰ্বাচনী সমিতিয়ে বঁটাৰ বাবে মনোনীত প্ৰাৰ্থী গৰাকীক বিগত দহ বছৰত প্ৰকাশিত তেওঁৰ সাহিত্য কৰ্মৰ ভিত্তিত এই বঁটাৰ বাবে নিৰ্বাচন কৰে। এই বঁটাৰ আৰম্ভণি স্বৰূপে প্ৰথমটো পুৰস্কাৰ হৰিবংশ ৰায় বচ্চনক চাৰিটা খণ্ডত প্ৰকাশিত তেওঁৰ আত্মজীৱনীৰ বাবে প্ৰদান কৰা হৈছিল। [5]
বছৰ | আলোকচিত্ৰ | প্ৰাপক | সাহিত্য কৰ্ম | ভাষা | তথ্যসূত্ৰ |
---|---|---|---|---|---|
১৯৯১ | হৰিবংশ ৰায় বচ্চন | চাৰিটা খণ্ডত প্ৰকাশ পোৱা আত্মজীৱনী (আত্মজীৱনী) | হিন্দী | [2][6] | |
১৯৯২ | ৰমাকান্ত ৰাঠ | শ্ৰী ৰাধা (কবিতা) | ওড়িয়া | [2] | |
১৯৯৩ | বিজয় টেণ্ডুলকাৰ | কন্যাদান (নাটক) | মাৰাঠী | [2] | |
১৯৯৪ | কবি হৰভজন সিং | ৰুখ তে ৰিষি (কাব্য সংকলন) | পাঞ্জাৱী | [2] | |
১৯৯৫ | বালামণি আম্মা | নিৱেদ্যম (কাব্য সংকলন) | মালয়ালম | [2] | |
১৯৯৬ | শমচুৰ ৰহমান ফাৰুকী | শ্বেৰ-এ শৌৰ-অংগেজ | উৰ্দু | [2] | |
১৯৯৭ | মনুভাই পাঞ্চলি | কুৰুক্ষেত্ৰ | গুজৰাটী | [2] | |
১৯৯৮ | শংখ ঘোষ | গন্ধৰ্ব কবিতা গুচ্ছ (কাব্য সংকলন) | বঙালী | [2] | |
১৯৯৯ | ইন্দিৰা পাৰ্থসাৰথি | ৰামানুজা (নাটক) | তামিল | [2] | |
২০০০ | মনোজ দাস | Amruta Phala (উপন্যাস) | ওড়িয়া | [2][7] | |
২০০১ | দলিপ কৌৰ তিৱানা | কথা কহৌ উৰ্বশী (উপন্যাস) | পাঞ্জাৱী | [2][8] | |
২০০২ | মহেশ এলকুঞ্চৱাৰ | য়ুগান্ত (নাটক) | মাৰাঠী | [2] | |
২০০৩ | গোৱিন্দ চন্দ্ৰ পাণ্ডে | ভাগীৰথী (কাব্য সংকলন) | সংস্কৃত | [2] | |
২০০৪ | সুনীল গংগোপাধ্যায় | প্ৰথম আলো (উপন্যাস) | বঙালী | [2] | |
২০০৫ | কে আয়াপ্পা পানিকাৰ | আয়াপ্পাপানিকুড়ে কৃতিকাল (কাব্য সংকলন) | মালয়ালম | [2][9] | |
২০০৬ | জগন্নাথ প্ৰসাদ দাস | পৰিক্ৰমা (কাব্য সংকলন) | ওড়িয়া | [10] | |
২০০৭ | নাইয়াৰ মাছুদ | তাঊচ চমন কী মেইনা (গল্প সংকলন) | উৰ্দু | [11][12] | |
২০০৮ | লক্ষ্মীনন্দন বৰা | কায়কল্প (উপন্যাস) | অসমীয়া | [13] | |
২০০৯ | সুৰজিৎ পাটৰ | লফজৌ ডি দৰগাহ | পাঞ্জাৱী | [14] | |
২০১০ | এচ এল ভৈৰপ্পা | Mandra | কানাড়া | [4] | |
২০১১ | – | A. A. Manavalan | Irama Kathaiyum Iramayakalum | তামিল | [15] |
২০১২ | সুগতা কুমাৰী | Manalezhuthu (কাব্য সংকলন) | মালয়ালম | [16] | |
২০১৩ | গোৱিন্দ মিশ্ৰ | ধুল পধৌ পৰ (উপন্যাস) | হিন্দী | [17] | |
২০১৪ | ৱীৰাপ্পা মৈলি | Ramayana Mahanveshanam (কবিতা) | কানাড়া | [18] | |
২০১৫ | পদ্মা সচদেৱ | "Chitt-Chete" (আত্মজীৱনী) | ডোগ্ৰী | [উদ্ধৃতিৰ প্ৰয়োজন] | |
২০১৬ | মহাবালেশ্বৰ চৈল | হাবটন (উপন্যাস) | কোংকণী | [19] | |
২০১৭ | সীতাংশু য়শচন্দ্ৰ | Vakhar (কাব্য সংকলন) | গুজৰাটী | [20] | |
২০১৮ | কে শিৱ ৰেড্ডী | পক্কাকি অট্টিগিলেতি (কবিতা) |
তেলেগু | [21] | |
২০১৯ | বাসদেৱ মহী | "চেকবুক" (গল্প সংকলন) | সিন্ধী | [22] | |
২০২০ | চৰণকুমাৰ লিম্বালে | "সনাতন (Sanatan)" (উপন্যাস) | মাৰাঠী | [23] | |
২০২১ | ৰাম দৰশ মিশ্ৰ | "ম্যে তৌ য়হা হ্যুঁ" (কবিতা) | হিন্দী | [24] | |
২০২২ | | | শিৱশংকৰী | "Surya Vamsam" (স্মৃতিকথা) | তামিল | [25] |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.