ভাৰতৰ কেৰেলা ৰাজ্যৰ ৰাজ্যিক ভাষা From Wikipedia, the free encyclopedia
মালয়ালম বা মলয়ালম (മലയാളം) দক্ষিণ ভাৰতৰ এটা দ্ৰাবিড় ভাষা। তামিল ভাষাৰ লগত এই ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক আছে যদিও তামিলতকৈ মালয়ালম ভাষাত সংস্কৃত ভাষাৰ প্ৰভাৱ বেছি। মালয়ালম ভাষা কোৱা মানুহ মালয়ালী নামেৰে পৰিচিত।
মালয়ালম | |
---|---|
malayāḷaṁ മലയാളം | |
উচ্চাৰণ | সাঁচ:IPA-ml; pronunciation (সহায়·তথ্য) |
থলুৱা অঞ্চল | ভাৰত |
অঞ্চল | কেৰালা with border communities in the Kanyakumari district of Tamil Nadu, Lakshadweep and Mahé (Puducherry) |
জাতীয়তা | Malayali |
স্থানীয় ভাষিক |
L1: সাঁচ:Sigfig million (2011)[1][2][3][4] L2: সাঁচ:Sigfig[3] |
ভাষা পৰিয়াল |
Dravidian
|
ভাষা সংকেত | |
ISO 639-3 | – |
এই পৰ্য্যন্ত প্ৰাপ্ত মালয়ালম ভাষাত লিখা আদিতম ৰচনাবিলাক ৯ম শতিকাত লিখা। ১১২৫-১২৫০ অব্দৰ মধ্যৱৰ্তী সময়ত মালয়লাম ভাষাৰ প্ৰথম সাহিত্যিক ৰচনাগবিলাক লিখিত হয়। ইয়াৰ মাজত আছে ধ্ৰুপদী গীতিকবিতা।
মালয়ালম ভাষা মালায়ালম লিপিৰে লিখা হয়। চিঙ্গাপুৰ আৰু মালয়েছিয়াত মালয়ালম ভাষা আৰৱী লিপিৰে লিখা হয়। বহু সময়ত কেৰালাৰ মুছলমানসকলেও আৰৱী লিপিৰে ভাষাটো লিখে। মালয়ালম প্ৰধানত কেৰালা, লাক্ষাদ্বীপ আৰু পণ্ডিচেৰীৰ মাহে অঞ্চল প্ৰচলিত। ৩ কোটি ৫৭ লাখ মানুহে এই ভাষাত কথা পাতে।
Seamless Wikipedia browsing. On steroids.