লালবাহাদুৰ শাস্ত্ৰী
ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী / From Wikipedia, the free encyclopedia
লালবাহাদুৰ শাস্ত্ৰী (ইংৰাজী: Lal Bahadur Shastri) (১৯০৪-১৯৬৬) কঠোৰ শ্ৰম, কৰ্তব্যনিষ্ঠা, অসীম অধ্যৱসায়ৰ মাজেৰে নিজক প্ৰতিষ্ঠা কৰি যোৱা এইজন ব্যক্তিয়েই ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী হিচাপে শাসন ভাৰ গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী জৱহৰলাল নেহেৰুৰ মৃত্যৰ পিছত খালী আসন পূৰাবলৈ লালবাহাদুৰ শাস্ত্ৰীৰ নামেই ৰাইজৰ জল্পনা-কল্পনাৰ যতি পেলাব পাৰিছিল। তেওঁৰ মহান দেশভক্তিৰ প্ৰতি শ্ৰদ্ধা জনাই দেশে তেওঁক ১৯৬৬ চনত ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰিছিল। কথাতকৈ হাতে কামে আগবাঢ়ি য়োৱাটোহে মহান- এনে আদৰ্শৰে লালবাহাদুৰ অনুপ্ৰাণিত আছিল বাবেই তেওঁৰ বাসভৱনৰ সন্মুখৰ মাটিডৰাত ফুলনিৰ সলনি ৰূপান্তৰিত কৰিছিল ঘেঁহু পথাৰলৈ। তেওঁ স্বাধীনতা যুঁজাৰু আছিল।[3]
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
লালবাহাদুৰ শাস্ত্ৰী | |
---|---|
দ্বিতীয় ভাৰতৰ প্ৰধানমন্ত্ৰী | |
কাৰ্যকাল 9 June 1964 – 11 January 1966 | |
ৰাষ্ট্ৰপতি | সৰ্বপল্লী ৰাধাকৃষ্ণণ |
পূৰ্বসূৰী | জৱাহৰলাল নেহৰু |
উত্তৰসূৰী | গুলজাৰিলাল নন্দা (ভাৰপ্ৰাপ্ত) |
Minister of External Affairs | |
কাৰ্যকাল 9 June 1964 – 18 July 1964 | |
পূৰ্বসূৰী | Gulzarilal Nanda |
উত্তৰসূৰী | Sardar Swaran Singh |
Minister of Home Affairs | |
কাৰ্যকাল 4 April 1961 – 29 August 1963 | |
প্ৰধানমন্ত্ৰী | Jawaharlal Nehru |
পূৰ্বসূৰী | Govind Ballabh Pant |
উত্তৰসূৰী | Gulzarilal Nanda |
ব্যক্তিগত তথ্য | |
জন্ম | ২ অক্টোবৰ, ১৯০৪ Mughalsarai, Banaras, United Province, British India now Mughalsarai, Chandali, Uttar Pradesh, India |
মৃত্যু | ১১ জানুৱাৰী, ১৯৬৬ (৬১ বছৰ) Tashkent, Uzbek SSR, Soviet Union |
ৰাজনৈতিক দল | Indian National Congress |
দাম্পত্যসঙ্গী | Lalita Devi |
বাসস্থান | 10 Janpath, New Delhi[1][2] |
জীৱিকা | Academic Activist |