জৱাহৰলাল নেহৰু
স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী / From Wikipedia, the free encyclopedia
জৱাহৰলাল নেহৰু (ইংৰাজী: Jawaharlal Nehru; ১৪ নৱেম্বৰ ১৮৮৯ - ২৭ মে' ১৯৬৪) স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। তেওঁ প্ৰধানমন্ত্ৰী পদত একেৰাহে ১৭ বছৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ এগৰাকী প্ৰখ্যাত লেখক তথা ৰাজনীতিবিদ আছিল। ১৯৫৫ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰে। তেওঁৰ জন্মৰ দিনটো শিশু দিৱস হিচাপে পালন কৰি আহিছে। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল। তদুপৰি কেইবাবাৰো কংগ্ৰেছৰ সভাপতিৰ আসনো অলঙ্কৃত কৰিছিল। এগৰাকী সক্ৰিয় স্বাধীনতা যুঁজাৰু আছিল।[1]
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
জৱাহৰলাল নেহৰু | |
---|---|
১৯৫১ চনত জৱাহৰলাল নেহৰু | |
প্ৰথম ভাৰতৰ প্ৰধানমন্ত্ৰী | |
কাৰ্যকাল ১৫ আগষ্ট ১৯৪৭ – ২৭ মে ১৯৬৪ | |
ৰাজশাসক | George VI (২৬ জানুৱাৰী ১৯৫০ লৈ) |
ৰাষ্ট্ৰপতি | ৰাজেন্দ্ৰ প্ৰসাদ সৰ্বপল্লী ৰাধাকৃষ্ণন |
গৱৰ্ণৰ জেনেৰেল | The Earl Mountbatten of Burma চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী ( ২৬ জানুৱাৰী ১৯৫০ লৈ) |
সহকাৰী | বল্লভভাই পেটেল |
পূৰ্বসূৰী | Position established |
উত্তৰসূৰী | গুলজাৰিলাল নন্দা (ভাৰপ্ৰাপ্ত) |
প্ৰতিৰক্ষা বিভাগ | |
কাৰ্যকাল ৩১ অক্টোৱৰ ১৯৬২ – ১৪ নবেম্বৰ ১৯৬২ | |
পূৰ্বসূৰী | ভি. কে. কৃষ্ণ মেনন |
উত্তৰসূৰী | যশৱান্ত শ্বাৱন |
কাৰ্যকাল ৩০ জানুৱাৰী ১৯৫৭ – ১৭ এপ্ৰিল ১৯৫৭ | |
পূৰ্বসূৰী | কৈলাস নাথ কাটজু |
উত্তৰসূৰী | ভি. কে. কৃষ্ণ মেনন |
কাৰ্যকাল ১০ ফেব্ৰুৱাৰী ১৯৫৩ – ১০ ফেব্ৰুৱাৰী ১৯৫৩ | |
পূৰ্বসূৰী | এন.গোপালাস্বামী আয়ঙ্গাৰ |
উত্তৰসূৰী | কৈলাস নাথ কাটজু |
বিত্ত বিভাগ | |
কাৰ্যকাল ১৩ ফেব্ৰুৱাৰী ১৯৫৮ – ১৩ মাৰ্চ ১৯৫৮ | |
পূৰ্বসূৰী | টিৰুভেলৰ থাটাই কৃষ্ণমছাহাৰীৰ |
উত্তৰসূৰী | মোৰাৰজী দেশাই |
কাৰ্যকাল ২৪ জুলাই ১৯৫৬ – ৩০ আগষ্ট ১৯৫৬ | |
পূৰ্বসূৰী | চিন্তমন দাৰকানাথ দেশমুখ |
উত্তৰসূৰী | টিৰুভেলৰ থাটাই কৃষ্ণমছাহাৰীৰ |
বৈদেশিক পৰিক্ৰমা বিভাগ | |
কাৰ্যকাল ১৫ আগষ্ট ১৯৪৭ – ২৭ মে ১৯৬৪ | |
পূৰ্বসূৰী | Position established |
উত্তৰসূৰী | গুলজাৰিলাল নন্দ |
ব্যক্তিগত তথ্য | |
জন্ম | ১৪ নৱেম্বৰ, ১৮৮৯ এলাহাবাদ, North-Western Provinces, British India |
মৃত্যু | ২৭ মে', ১৯৬৪ (৭৪ বছৰ) নতুন দিল্লী, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰছ |
দাম্পত্যসঙ্গী | কমলা কৌল |
সন্তান | ইন্দিৰা গান্ধী |
শিক্ষানুষ্ঠান | ট্ৰিনিটি কলেজ, কোম্ব্ৰিজ Inns of Court |
জীৱিকা | বেৰিষ্টাৰ |
স্বাক্ষৰ |