![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/as/thumb/5/5d/Mriganbhi_2017_film.jpg/640px-Mriganbhi_2017_film.jpg&w=640&q=50)
মৃগনাভি (চলচ্চিত্ৰ)
অসমীয়া চলচ্চিত্ৰ / From Wikipedia, the free encyclopedia
মৃগনাভি (ইংৰাজী: Mriganabhi) হ'ল ২০১৭ বৰ্ষৰ ৩ মাৰ্চত লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বিশিষ্ট পৰিচালক হেমেন দাসৰ দ্বাৰা পৰিচালিত আৰু বিষ্ণু ডেকাই প্ৰযোজনা কৰা এই চলচ্চিত্ৰখন অৰূপা পটংগীয়া কলিতাৰ একে নামৰ উপন্যাসৰ কাহিনীৰ ওপৰত আধাৰিত।[1]
ক্ষিপ্ৰ তথ্য মৃগনাভি Musk, পৰিচালক ...
মৃগনাভি Musk | |
---|---|
![]() মৃগনাভিৰ পোষ্টাৰ | |
পৰিচালক | হেমেন দাস |
ৰচনা | অৰূপা পটংগীয়া কলিতা |
চিত্ৰনাট্য | হেমেন দাস |
প্ৰযোজক | বিষ্ণু ডেকা |
অভিনয়ত |
|
সম্পাদনা | অনেন্দ্ৰ প্ৰসাদ শৰ্মা |
সংগীত পৰিচালক | তৰালি শৰ্মা |
মুক্তি |
৩ মাৰ্চ, ২০১৭ |
দৈৰ্ঘ্য |
২ ঘণ্টা ১০ মিনিট |
দেশ | ![]() |
ভাষা | অসমীয়া |
বন্ধ কৰক