শনি গ্ৰহ
From Wikipedia, the free encyclopedia
শনিগ্ৰহ সৌৰজগতৰ ৬ষ্ঠ তম গ্ৰহ। বৃহস্পতি গ্ৰহৰ পিছত এইটো গ্ৰহটো সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ।
এই সৌৰজগত সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য বিৱৰণ, বিশেষণ ...
ভয়েজাৰ ২ ৰ পৰা দেখা শণিগ্ৰহ | |
বিৱৰণ | |
---|---|
বিশেষণ | Saturnian |
কক্ষপথৰ বৈশিষ্ট্য | |
যুগ জে২০০০ | |
অপসূৰ | ১,৫০৩,৯৮৩,৪৪৯ কিমি ১০.০৫৩ ৫০৮ ৪০ এইউU ৯৩৪,৫৩৪,২৩১ মাইল |
অনুসূৰ | ১,৩৪৯,৪৬৭,৩৭৫ কিমি ৯.০২০ ৬৩২ ২৪ কিমি ৮৩৮,৫২২,১৬৩ মাইল |
অৰ্ধ-মুখ্য অক্ষ | ১,৪২৬,৭২৫,৪১৩ কিমি ৯.৫৩৭ ০৭০ ৩২ কিমি ৮৮৬,৫২৮,১৯৬ miles |
উৎকেন্দ্ৰতা | ০.০৫৪ ১৫০ ৬০ |
পৰ্যায়কাল | ৩৭৮.১০ দিন |
গড় কক্ষীয় দ্ৰুতি | ৯.৬৩৯ কিমি/ছে |
নতি | ২.৪৮৪ ৪৬° (সূৰ্য অক্ষ্যাংশৰ পৰা ৫.৫১°) |
উদ্বিন্দুৰ দ্ৰাঘিমা | ১১৩.৭১৫৩২৮১১ ০৪° |
উপগ্ৰহসমূহ | ৬১[1] |
ভৌতিক বৈশিষ্ট্যসমূহ | |
বিষুৱীয় ব্যাসাৰ্ধ | ৬০,২৬৮ কিমি[2] (৪.৭২৫ Earths) |
মেৰু ব্যাসাৰ্ধ | ৫৪,৩৬৪ কিমি (৪.২৭৬ পৃথিৱী) |
পৃষ্ঠৰ ক্ষেত্ৰফল | ৪.২৭×১০১০ কিমি² (৮৩.৭০৩ পৃথিৱী) |
আয়তন | ৮.২৭×১০১৪ কিমি³ (৭৬৩.৫৯ পৃথিৱী) |
ভৰ | ৫.৬৮৪৬×১০২৬ kg (৯৫.১৬২ পৃথিৱী) |
গড় ঘনত্ব | ০.৬৮৭৩ g/cm³ (পানীৰ ঘনত্বতকৈ কম) |
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ | ৮.৯৬ মি/ছে২ (০.৯১৪ জি) |
পলায়ন বেগ | ৩৫.৪৯ কিমি/ছে |
নাক্ষত্ৰিক ঘূৰ্ণনকাল | ১০ঘ ৩৩মি ৩৮ছে +০ঘ ১মি ৫২ছে −০ঘ ১মি ১৯ছে[3][4] |
অক্ষীয় ঢাল | ২৬.৭৩° |
উত্তৰ মেৰুৰ বিষুৱাংশ | ৪০.৫৯° (২ ঘণ্টা ৪২ মি ২১ ছে) |
উত্তৰ মেৰুৰ বিষুৱলম্ব | ৮৩.৫৪° |
প্ৰতিফলন অনুপাত | ০.৪৭ |
বায়ুমণ্ডল | |
পৃষ্ঠৰ চাপ | ১৪০ কিলোপাস্কেল |
আয়তন অনুসৰি সংযুতি | >৯৩% হাইড্ৰজেন >৫% হিলিয়াম ০.২% মিথেন ০.১% জলীয় বাষ্প ০.০১% এমনিয়া ০.০০০৫% ইথেন ০.০০০১% ফছফিন |
বন্ধ কৰক