![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/b/b5/CGKilogram.jpg/640px-CGKilogram.jpg&w=640&q=50)
কিলোগ্ৰাম
From Wikipedia, the free encyclopedia
কিলোগ্ৰাম (চমুকৈ কি:গ্ৰা: বা কেজি) হৈছে ভৰৰ একক। ধ্ৰুপদী (অনা-আপেক্ষিকতাবাদী) পদাৰ্থ বিজ্ঞানত বস্তুত থকা পদাৰ্থৰ পৰিমাণকে বস্তুটোৰ ভৰ বুলি কোৱা হয় আৰু ই বস্তুটোৰ অৱক্ষয় নোহোৱালৈকে সলনি হ'ব নোৱাৰে। আপেক্ষিকতাবাদী পদাৰ্থ বিজ্ঞানত অৱশ্যে গতিশীল অৱস্থাত বস্তুৰ ভৰ বেগ বঢ়াৰ লগে লগে বাঢ়ি যায় বুলি ধৰা হয়। যিহেতো পোহৰৰ বেগতকৈ কোনো বস্তুৱেই বেছি বেগত যাব নোৱাৰে গতিকে পোহৰৰ বেগত গতি কৰা বস্তুটোৰ ওপৰত যিমানেই বল প্ৰয়োগ কৰা নহঁওক লাগিলে তথাপিতো তাৰ ত্বৰণ ঘটাব নোৱাৰি। নিউটনীয় বলৰ সংজ্ঞা অনুসৰি সেয়ে সেই অৱস্থাত বস্তুটোৰ ভৰ অসীম হ'ব লাগিব।
ক্ষিপ্ৰ তথ্য কিলোগ্ৰাম, এককটোৰ তথ্য ...
কিলোগ্ৰাম | |
---|---|
![]() A computer-generated image of the international prototype kilogram (the inch ruler is for scale). The prototype is manufactured from a platinum–iridium alloy and is 39.17 mm in both diameter and height, its edges have a four-angle (22.5°, 45°, 67.5° and 79°) chamfer to minimize wear | |
এককটোৰ তথ্য | |
একক পদ্ধতি | আন্তৰ্জাতিক একক পদ্ধতি |
কিহৰ একক | ভৰ |
সংকেত | kg |
একক পৰিৱৰ্তন | |
১ kg ... পদ্ধতিত | ...ৰ সমান |
Avoirdupois | ≈ 2.205 pounds [টোকা 1] |
British Gravitational | ≈ 0.0685 slugs |
বন্ধ কৰক
ক্ষিপ্ৰ তথ্য কিলোগ্ৰাম ২০১৯, এককটোৰ তথ্য ...
কিলোগ্ৰাম ২০১৯ | |
---|---|
![]() Kibble balance at NIST. Devices like this can weigh objects using the new definition of the kilogram in terms of the Planck constant. | |
এককটোৰ তথ্য | |
একক পদ্ধতি | আন্তৰ্জাতিক একক পদ্ধতি |
কিহৰ একক | ভৰ |
সংকেত | kg |
একক পৰিৱৰ্তন | |
১ kg ... পদ্ধতিত | ...ৰ সমান |
Avoirdupois | ≈ 2.205 pounds [টোকা 2] |
British Gravitational | ≈ 0.0685 slugs |
বন্ধ কৰক