From Wikipedia, the free encyclopedia
শনিগ্ৰহ সৌৰজগতৰ ৬ষ্ঠ তম গ্ৰহ। বৃহস্পতি গ্ৰহৰ পিছত এইটো গ্ৰহটো সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ।
ভয়েজাৰ ২ ৰ পৰা দেখা শণিগ্ৰহ | |
বিৱৰণ | |
---|---|
বিশেষণ | Saturnian |
কক্ষপথৰ বৈশিষ্ট্য | |
যুগ জে২০০০ | |
অপসূৰ | ১,৫০৩,৯৮৩,৪৪৯ কিমি ১০.০৫৩ ৫০৮ ৪০ এইউU ৯৩৪,৫৩৪,২৩১ মাইল |
অনুসূৰ | ১,৩৪৯,৪৬৭,৩৭৫ কিমি ৯.০২০ ৬৩২ ২৪ কিমি ৮৩৮,৫২২,১৬৩ মাইল |
অৰ্ধ-মুখ্য অক্ষ | ১,৪২৬,৭২৫,৪১৩ কিমি ৯.৫৩৭ ০৭০ ৩২ কিমি ৮৮৬,৫২৮,১৯৬ miles |
উৎকেন্দ্ৰতা | ০.০৫৪ ১৫০ ৬০ |
পৰ্যায়কাল | ৩৭৮.১০ দিন |
গড় কক্ষীয় দ্ৰুতি | ৯.৬৩৯ কিমি/ছে |
নতি | ২.৪৮৪ ৪৬° (সূৰ্য অক্ষ্যাংশৰ পৰা ৫.৫১°) |
উদ্বিন্দুৰ দ্ৰাঘিমা | ১১৩.৭১৫৩২৮১১ ০৪° |
উপগ্ৰহসমূহ | ৬১[1] |
ভৌতিক বৈশিষ্ট্যসমূহ | |
বিষুৱীয় ব্যাসাৰ্ধ | ৬০,২৬৮ কিমি[2] (৪.৭২৫ Earths) |
মেৰু ব্যাসাৰ্ধ | ৫৪,৩৬৪ কিমি (৪.২৭৬ পৃথিৱী) |
পৃষ্ঠৰ ক্ষেত্ৰফল | ৪.২৭×১০১০ কিমি² (৮৩.৭০৩ পৃথিৱী) |
আয়তন | ৮.২৭×১০১৪ কিমি³ (৭৬৩.৫৯ পৃথিৱী) |
ভৰ | ৫.৬৮৪৬×১০২৬ kg (৯৫.১৬২ পৃথিৱী) |
গড় ঘনত্ব | ০.৬৮৭৩ g/cm³ (পানীৰ ঘনত্বতকৈ কম) |
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ | ৮.৯৬ মি/ছে২ (০.৯১৪ জি) |
পলায়ন বেগ | ৩৫.৪৯ কিমি/ছে |
নাক্ষত্ৰিক ঘূৰ্ণনকাল | ১০ঘ ৩৩মি ৩৮ছে +০ঘ ১মি ৫২ছে −০ঘ ১মি ১৯ছে[3][4] |
অক্ষীয় ঢাল | ২৬.৭৩° |
উত্তৰ মেৰুৰ বিষুৱাংশ | ৪০.৫৯° (২ ঘণ্টা ৪২ মি ২১ ছে) |
উত্তৰ মেৰুৰ বিষুৱলম্ব | ৮৩.৫৪° |
প্ৰতিফলন অনুপাত | ০.৪৭ |
বায়ুমণ্ডল | |
পৃষ্ঠৰ চাপ | ১৪০ কিলোপাস্কেল |
আয়তন অনুসৰি সংযুতি | >৯৩% হাইড্ৰজেন >৫% হিলিয়াম ০.২% মিথেন ০.১% জলীয় বাষ্প ০.০১% এমনিয়া ০.০০০৫% ইথেন ০.০০০১% ফছফিন |
শনি গ্ৰহৰ ৬২টা উপগ্ৰহ আছে। তাৰে ভিতৰৰ ৫৩টাৰ আনুষ্ঠানিক নামকৰণ কৰা হৈছে। টাইটান উপগ্ৰহটো সবাতোকৈ বৃহৎ। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰৰ সৈতে তুলনা কৰিলে ইয়াৰ ব্যাস প্ৰায় ১৪৮% ডাঙৰ। তলত উপগ্ৰহসমূহৰ নাম উল্লেখ কৰা হ’ল:
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.