ৰহিঙীয়া
From Wikipedia, the free encyclopedia
ৰহিঙীয়া বা ৰহিঙ্গিয়া হৈছে ম্যানমাৰ (পূৰ্বৰ বাৰ্মা বা ব্ৰহ্মদেশ)-ৰ ৰাখাইন (পূৰ্বৰ আৰাকান) প্ৰদেশত থিতাপি লোৱা বা বিয়পি পৰা আৰু বৰ্তমান ভগনীয়া হোৱা[16] এক চট্টগ্ৰামীয় চুন্নী ইছলামিক জনগোষ্ঠী। ভাষিক জনগোষ্ঠী হিচাপে বৰ্তমান ৰহিঙীয়া হিচাপে জনাজাত হোৱা লোক সকলৰ ভাষাৰ লগত বাংলাদেশৰ চট্টগ্ৰাম অঞ্চলৰ বেঙ্গলী ভাষাৰ যথেষ্ট মিল আছে। আৰাকান অঞ্চলত বহু আগৰে পৰা ইছলাম ধৰ্মীয় লোকৰ বসতি আছিল বুলি জনা যায় যদিও বৰ্তমানৰ ম্যানমাৰৰ চৰকাৰে সেই ঠাইৰ চুন্নী মুছলিম সকলক ৰহিঙীয়া বুলি মান্যতা নিদি বাংলাদেশৰ পৰা ম্যানমাৰত অবৈধ ভাৱে প্ৰৱেশ কৰা চট্টগ্ৰামীয় বেংগলী বা বাংলাদেশী বুলিহে চিনাক্ত কৰিছে।[17]
ক্ষিপ্ৰ তথ্য মুঠ জনসংখ্যা, উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ ...
মুঠ জনসংখ্যা | |||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
১,৫৪৭,৭৭৮[1]–২,০০০,০০০+[2] | |||||||||||||||||||||||||||||||||||||||||||||
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ | |||||||||||||||||||||||||||||||||||||||||||||
বাংলাদেশ, ম্যানমাৰ (আৰাকান ৰাজ্য), পাকিস্তান, থাইলেণ্ড, মালয়েছিয়া, ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইণ্ডোনেছিয়া, নেপাল, চৌদি আৰৱ, সংযুক্ত আৰৱ আমিৰাত | |||||||||||||||||||||||||||||||||||||||||||||
| |||||||||||||||||||||||||||||||||||||||||||||
ভাষাসমূহ | |||||||||||||||||||||||||||||||||||||||||||||
ধৰ্ম | |||||||||||||||||||||||||||||||||||||||||||||
ইছলাম |
বন্ধ কৰক