From Wikipedia, the free encyclopedia
কানাডা (ইংৰাজী: Canada; উচ্ছাৰণ: /'kænədə/ ক্যানাডা) হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰ যি উত্তৰ আমেৰিকাৰ উত্তৰ অংশৰ বেছিভাগ অঞ্চল আৱৰি আছে।
কানাডা
|
||||||
---|---|---|---|---|---|---|
নীতিবাক্য A Mari Usque Ad Mare (Latin) "From Sea to Sea" |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত "অ' কানাডা" ৰাজকীয় সঙ্গীত "গড ছেভ দা কুইন"[1][2] |
||||||
ৰাজধানী | অট্টৱা 45°24′N 75°40′W | |||||
বৃহত্তম নগৰ | টৰণ্টো | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | কানাডীয় ইংৰাজী আৰু কানাডীয় ফৰাচী | |||||
স্বীকৃত আঞ্চলিক ভাষাসমূহ | Inuktitut, Inuinnaqtun, Cree, Dëne Sųłiné, Gwich’in, Inuvialuktun, Slavey and Tłįchǫ Yatiì[3] | |||||
জাতীয়তাসূচক বিশেষণ | Canadian | |||||
চৰকাৰ | Federal parliamentary democracy and constitutional monarchy[4] | |||||
- | Monarch | Elizabeth II | ||||
- | Governor General | David Johnston | ||||
- | Prime Minister | Justin Trudeau | ||||
Establishment | ||||||
- | British North America Acts | July 1, 1867 | ||||
- | Statute of Westminster | December 11, 1931 | ||||
- | Canada Act | April 17, 1982 | ||||
মাটিকালি | ||||||
- | মুঠ | ৯৯,৮৪,৬৭০ বৰ্গ কিমি (2nd) ৩৮,৫৪,০৮৫ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ৮.৯২ (৮,৯১,১৬৩ km২/৩,৪৪,০৮০ mi২) | ||||
জনসংখ্যা | ||||||
- | 2024 আনুমানিক | সাঁচ:CanPopCommas'"`UNIQ--ref-০০০০০০০৪-QINU`"' (৩৫th) | ||||
- | ২০০৬ লোকপিয়ল | ৩,১৬,১২,৮৯৭'"`UNIQ--ref-০০০০০০০৫-QINU`"' | ||||
জিডিপি (পিপিপি) | 2011 আনুমানিক | |||||
- | মুঠ | $1.391 trillion[5] (14th) | ||||
- | জনমুৰি | $40,457[5] (15th) | ||||
জিডিপি (নামমাত্ৰ) | 2011 আনুমানিক | |||||
- | মুঠ | $1.758 trillion[5] (11th) | ||||
- | জনমুৰি | $51,147[5] (10th) | ||||
জিনি সহগ? (2005) | 32.1[6] (medium) | |||||
মানৱ উন্নয়ন সূচক (2011) | 0.908[7] (very high) (6th) | |||||
মুদ্ৰা | Canadian dollar ($) (CAD ) |
|||||
সময় অঞ্চল | (ইউটিচি−3.5 to −8) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | (ইউটিচি−2.5 to −7) | ||||
তাৰিখ বিন্যাস | dd-mm-yyyy, mm-dd-yyyy, and yyyy-mm-dd (CE) | |||||
গাড়ী চলোৱা হয় | Right | |||||
ইণ্টাৰনেট টিএলডি | .ca | |||||
কলিং ক'ড | ++1 | |||||
Canada portal |
কানাডাৰ চৰকাৰ ব্যৱস্থা এখন সংসদীয় গণতন্ত্ৰভিত্তিক আৰু এখন সাংবিধানিক ৰাজতন্ত্ৰ ইয়াত প্ৰচলিত। কানাডাৰ চৰকাৰ দুভাগত বিভক্ত। কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰাদেশিক বা আঞ্চলিক চৰকাৰ। প্ৰশাসনিক অঞ্চলসমূহৰ তুলনাত প্ৰদেশসমূহত স্বায়ত্তশাসনৰ পৰমাণ বেছি। কানাডাৰ বৰ্তমানৰ সংবিধানখন ১৯৮২ চনত ৰচনা কৰা হয়। এই সংবিধানে পূৰ্বৰ সাংবিধানিক আদেশসমূহক একত্ৰিত কৰি এক হয় আৰু ইয়াৰ অধিকাৰ আৰু স্বাধীনতাৰ ওপৰত এখন চাৰ্টাৰ যোগ কৰা হয়। এই সংবিধানে কানাডাৰ নিজস্ব স্থানীয় চৰকাৰক সেই সংবিধানৰ ওপৰত পূৰ্ণ ক্ষমতা প্ৰদান কৰে।
আয়তনৰ ফালৰ পৰা কানাডা বিশ্বৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰ। ই উত্তৰ আমেৰিকা মহাদেশৰ প্ৰায় ৪১% অঞ্চল লৈ গঠিত। কানাডা হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম আৰু শীতলতম দেশ। এই দেশৰ জলবায়ু গ্ৰীষ্মকালত অলপ ঠাণ্ডা আৰু দিনৰ কিছু সময়ত গৰম পৰা দেখা যায়, কিন্তু শীতকালত ইয়াত অতিশয় ঠাণ্ডা পৰে আৰু বৰফাচ্ছন্ন, তুষাৰপাতেৰে বিভিন্ন অঞ্চল সমূহ আৱৰি পৰে। কানাডাত প্ৰতিদিনে আৰ্কটিক বৰফাচ্ছন্নৰ দ্বাৰা শীত প্ৰৱাহৰ সৃষ্টি হয়। ইয়াৰ দেশৰ জলবায়ু ৰাছিয়াৰ সমতুল্য অৰ্থাৎ হিমশীতল। এই দেশ বছৰৰ ৮ মাহেই বৰফাচ্ছন্ন হৈ থাকে।
কানাডা বিশ্বৰ সকলোতকৈ ধনী দেশসমূহৰ অন্যতম। দেশখন অৰ্গানাইজেচন ফৰ ইক'নমিক কোঅপাৰেচন এণ্ড ডেভেল'পমেণ্ট (অ'ইচিডি) আৰু জি৮ গ্ৰুপৰ সদস্য। অন্যান্য উন্নত দেশসমূহৰ দৰেই কানাডাৰ অৰ্থনীতিৰ সিংহভাগ সেৱামূলক শিল্প লৈয়ে গঠিত। কাঠ আৰু খনিজ তেল আহৰণ শিল্প কানাডাৰ দুটি প্ৰধান বৃহৎ উদ্যোগ। আনহাতে দক্ষিণ অণ্টেৰিয়'ক কেন্দ্ৰ কৰি উৎপাদনৰ এক উদ্যোগ গঢ় লৈ উঠিছে। ইয়াৰোপৰি মটৰযান উৎপাদন উদ্যোগও কানাডাৰ অন্যতম প্ৰধান উদ্যোগ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.