ৰহিঙীয়া ভাষা
প্ৰাচ্য ভাৰত-আৰ্য ভাষা / From Wikipedia, the free encyclopedia
ৰহিঙীয়া বা ৰুহিংগ্যা (Ruáingga; IPA: [rʊˈɜiɲɟə]; 𐴌𐴗𐴥𐴝𐴙𐴚𐴒𐴙𐴝) হৈছে ম্যানমাৰৰ ৰাখাইন ৰাজ্যত বাস কৰা ৰহিঙীয়া জনগোষ্ঠীৰ লোকে কোৱা এটা ভাষা।[1][2] ই প্ৰাচ্য ভাৰত-আৰ্য ভাষা পৰিয়ালৰ অসমীয়া-বঙালী ভাষাগোষ্ঠীৰ এটা ভাষা আৰু চুবুৰীয়া দেশ বাংলাদেশত কোৱা চট্টগ্ৰামীয়া ভাষাৰ সৈতে ইয়াৰ সম্বন্ধ আছে। ৰহিঙীয়া আৰু চট্টগ্ৰামীয়া ভাষা পৰস্পৰে বোধগম্য বুলি বিবেচনা কৰা হয়।[3]
ক্ষিপ্ৰ তথ্য ৰুহিংগ্যা, থলুৱা অঞ্চল ...
ৰুহিংগ্যা | |
---|---|
𐴌𐴟𐴇𐴥𐴝𐴚𐴒𐴙𐴝 𐴌𐴗𐴥𐴝𐴙𐴚𐴒𐴙𐴝 رُاَࣺينڠَ | |
![]() "ৰহিঙীয়া" শব্দটো হানিফি ৰহিঙীয়া বৰ্ণমালা ব্যৱহাৰ কৰি লিখা হৈছে। | |
থলুৱা অঞ্চল | ৰাখাইন ৰাজ্য |
অঞ্চল | ৰাখাইন ৰাজ্য (ম্যানমাৰ) আৰু দক্ষিণ-পূৰ্বাঞ্চলৰ চট্টগ্ৰাম সংমণ্ডল (বাংলাদেশ) |
জাতীয়তা | ৰহিঙীয়া |
ভাষা পৰিয়াল |
ভাৰত-ইউৰোপীয়
|
লিখন প্ৰণালী | হানিফি ৰহিঙীয়া, ফাৰ্চী-আৰবী, মান, লেটিন, অসমীয়া–বঙালী (কেতিয়াবা) |
ভাষা সংকেত | |
ISO 639-3 | rhg |
![]() ৰহিঙীয়া ভাষাৰ কওঁতাসকলে বাস কৰা অঞ্চল | |
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে। |
বন্ধ কৰক