ৰাখাইন ৰাজ্য
From Wikipedia, the free encyclopedia
ৰাখাইন ৰাজ্য (মান: ရခိုင်ပြည်နယ်) ম্যানমাৰ (পূৰ্বৰ বাৰ্মা)ৰ এখন ৰাজ্য। পশ্চিম উপকূলত অৱস্থিত এই ৰাজ্যৰ উত্তৰে চিন ৰাজ্য, পূবে মাগৱে অঞ্চল, বাগো অঞ্চল আৰু আয়েয়াৰৱাডী অঞ্চল, পশ্চিমে বংগোপসাগৰ আৰু উত্তৰ-পশ্চিমে বাংলাদেশৰ চট্টগ্ৰাম বিভাগ। ই প্ৰায় ১৭°৩০' উত্তৰ আৰু ২১°৩০' উত্তৰ আৰু দ্ৰাঘিমাংশ ৯২°১০' পূব আৰু ৯৪°৫০' পূবৰ মাজত অৱস্থিত। ৰাখাইন ৰাজ্যৰ আয়তন ৩৬,৭৬২ বৰ্গ কিলোমিটাৰ (১৪,১৯৪ বৰ্গমাইল) আৰু ইয়াৰ ৰাজধানী হৈছে চিট্টৱে।