![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/db/Prahlada_holika%252C_13th_century_Keshava_temple_Somanathpur.jpg/640px-Prahlada_holika%252C_13th_century_Keshava_temple_Somanathpur.jpg&w=640&q=50)
হোলিকা
হিন্দু ধৰ্মত উল্লিখিত অসুৰ / From Wikipedia, the free encyclopedia
হোলিকা (সংস্কৃত: होलिका ) হৈছে হিন্দু বৈদিক ধৰ্মগ্ৰন্থৰ উল্লিখিত এগৰাকী অসুৰ (নাৰী অসুৰ) যাক দেৱতা বিষ্ণুৰ সহায়ত পুৰি হত্যা কৰা হয়। তেওঁ অসুৰ ৰজা হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষৰ ভনী আৰু প্ৰহ্লাদৰ পেহীয়েক আছিল। কেতিয়াবা তেওঁক সিংহিকা (Simhika) নামেৰেও জনা যায়।[1]
ক্ষিপ্ৰ তথ্য হোলিকা, সম্পৰ্ক ...
হোলিকা | |
---|---|
সম্পৰ্ক | অসুৰ |
পিতৃ-মাতৃ | কাশ্যপ (পিতৃ) আৰু দিতি (মাতৃ) |
সহোদৰ | হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ |
উৎসৱ | হোলিকা দহন |
বন্ধ কৰক
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/d/db/Prahlada_holika%2C_13th_century_Keshava_temple_Somanathpur.jpg/640px-Prahlada_holika%2C_13th_century_Keshava_temple_Somanathpur.jpg)
হোলিকা দহনৰ কাহিনীয়ে (হোলিকাৰ মৃত্যু) ধৰ্মৰ জয় অধৰ্মৰ পৰাজয়ক সূচায়। হিন্দুসকলৰ ৰঙৰ উৎসৱ হোলীৰ আগৰ নিশা হোলিকা দহন কৰা হয়।