হাইদৰাবাদ
ভাৰতৰ তেলঙ্গানা ৰাজ্যৰ ৰাজধানী / From Wikipedia, the free encyclopedia
হাইদৰাবাদ (তেলেগু: హైదరాబాదు, উৰ্দু: حیدرآباد;[2]) ভাৰতৰ তেলঙ্গানা ৰাজ্যৰ ৰাজধানী। এই চহৰক "চিটি অব পাৰ্লছ" বুলি জনা যায়। হাইদৰাবাদৰ আয়তন ৬৫০ বৰ্গকিঃমিঃ আৰু জনসংখ্যা ৬৮ লাখ।
ক্ষিপ্ৰ তথ্য হাইদৰাবাদ హైదరాబాదు حیدرآباد, দেশ ...
হাইদৰাবাদ హైదరాబాదు حیدرآباد |
|
---|---|
— মহানগৰ — | |
ঘড়ীৰ কাটাৰ দিশত বাওঁফালৰ পৰা: ৰমজানৰ নিশা বজাৰৰ সময়ত চাৰমিনাৰ, কুতুব শাহৰ সমাধি, বুদ্ধ মূৰ্তি হুছেইন সাগৰত, ফলকনামা পেলেচ, গাচিবৌলি আৰু বিড়লা মন্দিৰত আকাশৰ ৰেখা | |
অন্য নাম: চিটি অব পাৰ্লছ | |
ভাৰতবৰ্ষৰ তেলঙ্গানা ৰাজ্যত হাইদৰাবাদ চহৰৰ অৱস্থান | |
ভৌগোলিক স্থানাংক: 17.37°N 78.48°E / 17.37; 78.48 | |
দেশ | ভাৰত |
ৰাজ্য | তেলঙ্গানা |
অঞ্চল | দক্ষিণ ভাৰত, ডেক্কান |
জিলা | হাইদৰাবাদ, ৰাংগা ৰেড্ডী আৰু মেদক |
স্থাপিত | ১৫৯১ |
প্ৰতিষ্ঠাপক | মহম্মদ কুলি কুতুব শ্বাহ |
চৰকাৰ | |
- প্ৰকাৰ | Mayor–Council |
- পৰিষদ | Greater Hyderabad Municipal Corporation Hyderabad Metropolitan Development Authority |
- সাংসদ | Bandaru Dattatreya, Asaduddin Owaisi, Malla Reddy, and Konda Vishweshwar Reddy |
মাটিকালি | |
- মহানগৰ | ৬৫০ কি.মি.২ (২৫১ বৰ্গ মাইল) |
- মহানগৰ | ৭,১০০ কি.মি.২ (২,৭৪১.৩ বৰ্গ মাইল) |
উচ্চতা | ৫০৫ মিটাৰ (১,৬৫৬.৮২ ফুট) |
জনসংখ্যা (২০১১) | |
- মহানগৰ | ৬৮,০৯,৯৭০ জন |
- স্থান | ৬ষ্ঠতম |
- জনঘনত্ব | ১০,৪৭৭ প্ৰতি বৰ্গ কি.মি. (২৭,১৩৫.৩ প্ৰতি বৰ্গ মাইল) |
- মহানগৰ[1] | ৭৭,৪৯,৩৩৪ জন |
- মেট্ৰ' ৰেংক | ৬ষ্ঠ জন |
বিশেষণ | হাইদৰাবাদী |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০) |
Pincode(s) | 500 xxx, 501 xxx, 502 xxx, 508 xxx, 509 xxx |
অঞ্চল কোড | +91–40, 8685, 8413, 8414, 8415, 8417, 8418, 8453, 8455 |
যানবাহনৰ নম্বৰ | TS 09 to TS 14 |
চৰকাৰী ভাষা | তেলুগু, উৰ্দু |
ৱেবছাইট | www |
বন্ধ কৰক