ডাক সূচকাংক বা পিনক'ড বা পিন নং (ইংৰাজী: Postal Index Number চমুকৈ PIN) ভাৰতীয় ডাক বিভাগৰ ডাকঘৰ সূচোৱা ব্যৱস্থা। প্ৰতিটো পিনক'ডত ৬টা সংখ্যা থাকে। পিনক'ড ব্যৱস্থা ১৯৭২ চনৰ ১৫ আগষ্টত প্ৰৱৰ্ত্তন কৰা হৈছিল।

গঠন

Thumb
পিনক'ডৰ গঠন

ভাৰতত ৮টা অসামৰিক আৰু ১টা সামৰিক পিনক'ড অঞ্চল আছে। পিনক'ডৰ প্ৰথম সংখ্যাটোৱে এই ৯টা অঞ্চলৰ কোন অঞ্চলত ঠিকনাটো অৱস্থিত তাক সূচায়। দ্বিতীয় সংখ্যাটোৱে মূখ্য অঞ্চলৰ উপ-অঞ্চলৰ অৱস্থিতি দেখুৱায়। তৃতীয় সংখ্যাটোৱে ডাক-জিলাৰ অৱস্থান আৰু শেষৰ তিনিটা সংখ্যাই বিশেষ এটা ডাকঘৰ সূচায়।

পিনক'ড আৰু ডাক চক্ৰৰ তালিকা

Thumb
পিনক'ডৰ প্ৰথম ২টা সংখ্যা সৈতে ডাক চক্ৰসমুহ
অধিক তথ্য পিনক'ডৰ প্ৰথম ২/৩ টা সংখ্যা, ডাক চক্ৰ ...
পিনক'ডৰ প্ৰথম ২/৩ টা সংখ্যা ডাক চক্ৰ
১১ দিল্লী
১২ আৰু ১৩ হাৰিয়ানা
১৪ আৰু ১৫ পঞ্জাব
১৬ চণ্ডিগড়
১৭ হিমাচল প্ৰদেশ
১৮ আৰু ১৯ জম্মু আৰু কাশ্মীৰ
২০ৰ পৰা ২৮ উত্তৰ প্ৰদেশ/উত্তৰাখণ্ড
৩০ৰ পৰা ৩৪ ৰাজস্থান
৩৬ৰ পৰা ৩৯ গুজৰাট
৪০ গোৱা
৪০ৰ পৰা ৪৪ মহাৰাষ্ট্ৰ
৪৫ৰ পৰা ৪৮ মধ্যপ্ৰদেশ
৪৯ ছত্তীসগড়
৫০ৰ পৰা ৫৩ অন্ধ্ৰপ্ৰদেশ
৫৬ৰ পৰা ৫৯ কৰ্ণাটক
৬০ৰ পৰা ৬৪ তামিলনাডু
৬৭ৰ পৰা ৬৯ কেৰালা
৬৮২ লক্ষদ্বীপ
৭০ৰ পৰা ৭৪ পশ্চিমবংগ
৭৪৪ আন্দামান নিকোবৰ দ্বীপপুঞ্জ
৭৫ৰ পৰা ৭৭ উৰিষ্যা
৭৮ অসম
৭৯ অৰুণাচল প্ৰদেশ
৭৯৩, ৭৯৪, ৭৮৩১২৩ মেঘালয়
৭৯৫ মণিপুৰ
৭৯৬ মিজোৰাম
৭৯৯ ত্ৰিপুৰা
৮০ৰ পৰা ৮৫ বিহাৰ আৰু ঝাৰখণ্ড
বন্ধ কৰক

দ্ৰষ্টব্য

বাহিৰা প্ৰসংগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.