সিন্ধী (আৰৱী লিপিতে: سنڌي, দেৱনাগৰী লিপিত: सिन्धी) পাকিস্তানৰ সিন্ধু প্ৰদেশেৰ প্ৰায় ৩ কোটি ৫০ লাখ আৰু ভাৰতৰ প্ৰায় ৮০ লাখ মানুহে এই ভাষাত কথা কয়।

ক্ষিপ্ৰ তথ্য সিন্ধী, থলুৱা অঞ্চল ...
সিন্ধী
سنڌي,, Sindhī
থলুৱা অঞ্চল পাকিস্তান, ভাৰত. Also হংকং, ওমান, ফিলিপাইন, ছিংগাপুৰ, আৰৱ, ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ
অঞ্চল সিন্ধ, বেলুচিস্তান আৰু গুজৰাট
স্থানীয় ভাষিক
54.3 million
ভাষা পৰিয়াল
Indo-European
  • Indo-Iranian
লিখন প্ৰণালী আৰবী, দেৱনাগৰী
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
Sindh, Pakistan
Gujarat, India
নিয়মাধীন হয়
Sindhi Language Authority (Pakistan)
ভাষা সংকেত
ISO 639-1 sd
ISO 639-2 snd
ISO 639-3 snd
বন্ধ কৰক

ব্যৱহাৰ

পাকিস্তানত প্ৰচলিত ভাষাবিলাকৰ মাজত ইয়াৰ স্থান তৃতীয়। সিন্ধী পাকিস্তান আৰু ভাৰতৰ চৰকাৰী ভাষা হিচাবে স্বীকৃত। ইণ্ডো-আৰ্য্য ভাষা হ'লেও সিন্ধী ভাষাৰ ওপৰত দ্ৰাবিড় ভাষাৰ বিশেষ প্ৰভাৱ পৰিলক্ষিত হয়।

তথ্যসূত্ৰ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.