দেৱনাগৰী লিপি
ভাৰতীয় উপমহাদেশত ব্যৱহৃত লিপি From Wikipedia, the free encyclopedia
দেৱনাগৰী ভাৰতীয় উপমহাদেশত ব্যৱহৃত প্ৰাচীন ব্ৰাহ্মী লিপিৰ ওপৰত ভিত্তি কৰি বাওঁফালৰ পৰা সোঁফাললৈ লিখা হয় ৷ প্ৰাচীন ভাৰতত খ্ৰীষ্টীয় ১ম শতিকাৰ পৰা চতুৰ্থ শতিকালৈকে ইয়াৰ বিকাশ ঘটিছিল আৰু খ্ৰীষ্টীয় সপ্তম শতিকালৈকে ইয়াৰ নিয়মীয়া ব্যৱহাৰ হৈছিল। ১৪টা স্বৰবৰ্ণ আৰু ৩৩টা ব্যঞ্জনবৰ্ণকে ধৰি ৪৭টা প্ৰাথমিক বৰ্ণ থকা দেৱনাগৰী লিপি ১২০টাতকৈও অধিক ভাষাৰ বাবে ব্যৱহাৰ কৰা হয়। ই বিশ্বৰ ভিতৰতে চতুৰ্থ সৰ্বাধিক গ্ৰহণ কৰা লিখন ব্যৱস্থা। [8]
Devanāgari देवनागरि | |
---|---|
![]() Devanāgarī script (vowels top three rows, consonants below) | |
প্ৰকাৰ | Abugida |
ভাষা | Apabhramsha, Angika, Awadhi, Bajjika, Bhili, Bhojpuri, Boro, Braj, Chhattisgarhi, Dogri, Garhwali, Haryanvi, Hindi, Kashmiri, Khandeshi, Konkani, Kumaoni, Magahi, Maithili, Marathi, Marwari, Mundari, Nagpuri, Newari, Nepali, Pāli, Pahari, Prakrit, Rajasthani, Sanskrit, Santali, Saraiki, Sherpa, Sindhi, Surjapuri, and many more. |
সময় | 10th century CE to present[1][2] |
মাতৃ লিপি | |
ভগ্নী লিপি | Nandināgarī Kaithi Gujarātī Moḍī |
ISO 15924 | Deva, 315 |
দিশ | বাওঁৰ পৰা সোঁ |
ইউনিক'ড নাম | Devanagari |
ইউনিক'ড ৰে'ঞ্জ | U+0900–U+097F Devanagari, U+A8E0–U+A8FF Devanagari Extended, U+11B00–11B5F Devanagari Extended-A, U+1CD0–U+1CFF Vedic Extensions |
|

তথ্যসূত্ৰ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.