![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/1/19/Cirrhinus_cirrhosus_from_the_Nandu_River.jpg/640px-Cirrhinus_cirrhosus_from_the_Nandu_River.jpg&w=640&q=50)
মিৰিকা মাছ
মাছৰ প্রজাতি / From Wikipedia, the free encyclopedia
ভাৰতীয় কাৰ্প নামেৰে জনাজাত অন্য মাছবোৰৰ বাবে, ভাৰতীয় কাৰ্প চাওক।
মিৰিকা মাছ (Cirrhinus cirrhosus, বা Cirrhinus mrigala), মৃগেল আৰু হোৱাইট কাৰ্প বুলিও কোৱা হয়, হৈছে কাৰ্প পৰিয়াল চাইপ্ৰিনিডিয়াৰ অন্তৰ্গত এবিধ অৰ্থনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ মাছৰ প্ৰজাতি। ভাৰতৰ নদী আৰু জুৰিত পোৱা এবিধ স্থানীয় মাছ, কেৱল কাউভেৰি নদীত ইয়াৰ বন্য প্ৰজাতি দেখিবলৈ পোৱা যায়, প্ৰকৃতি সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা (IUCN)ৰ ৰঙা তালিকাত ইয়াক অসুৰক্ষিত প্ৰজাতি হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। ই স্থানীয়ভাৱে পালন কৰাৰ ওপৰিও বাহিৰা অঞ্চলতো অতি জনপ্ৰিয় আৰু বহুল ভাৱে পালন কৰা মাছৰ প্ৰজাতি।[1] ই প্ৰায় 1 মিটাৰ (3.3 ফুট) পৰ্যন্ত দীঘল হয়।
ক্ষিপ্ৰ তথ্য মিৰিকা মাছ, সংৰক্ষণ স্থিতি ...
মিৰিকা মাছ | |
---|---|
![]() | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Actinopterygii |
বৰ্গ: | Cypriniformes |
পৰিয়াল: | Cyprinidae |
গণ: | Cirrhinus |
প্ৰজাতি: | C. cirrhosus |
বৈজ্ঞানিক নাম | |
Cirrhinus cirrhosus (মাৰ্কাছ এলিজাৰ ব্লক, ১৭৯৫) | |
সমাৰ্থক | |
Cirrhinus mrigala (এফ. হেমিল্টন, ১৮২২) |
বন্ধ কৰক