ভাৰতীয় কাৰ্প
ৱিকিমিডিয়া দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা / From Wikipedia, the free encyclopedia
ভাৰতীয় কাৰ্প বুলিলে কেইবাটাও মাছৰ প্ৰজাতিক বুজায়:
- Catla catla, প্ৰধান (ভাৰতীয়) কাৰ্প বা বাহু মাছ, দক্ষিণ এচিয়াৰ অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ কাৰ্প পৰিয়ালৰ এবিধ নিৰ্মল পানীৰ মাছ।
- Cirrhinus cirrhosus, মিৰিকা মাছ, ভাৰতীয় নদীত পোৱা কাৰ্প পৰিয়ালৰ এবিধ থলুৱা মাছ।
- Labeo rohita, ৰৌ মাছ, দক্ষিণ এচিয়াৰ নদীত পোৱা এবিধ কাৰ্প পৰিয়ালৰ মাছ।