ক'ৰডাটা
From Wikipedia, the free encyclopedia
ক'ৰডাটা (Chordates, /ˈkɔrdeɪts/) হ'ল এনেবোৰ প্ৰাণী যিবোৰৰ এডাল পৃষ্ঠ ৰজ্জু, এডাল ফোঁপোলা পৃষ্ঠীয় স্নায়ু ৰজ্জু, pharyngeal slit, এডাল endostyle, আৰু অন্ততঃ জীৱন চক্ৰৰ কিছু কালৰ বাবে এডাল নেজ থাকে। বৰ্গানুসৰি, এই পৰ্বটোৱে উপপৰ্ব মেৰুদণ্ডী (Vertebrata), যেনে- স্তন্যপায়ী, মৎস, উভচৰ, সৰিসৃপ, চৰাই; টিউনিকাটা (Tunicata), যেনে - salp আৰু sea squirt; আৰু চেফালকৰডাটাক (Cephalochordata) সাঙুৰি লয়।
ক্ষিপ্ৰ তথ্য জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন, Subgroups ...
ক'ৰডাটা জীৱাশ্ম কাল: Terreneuvian – Holocene, ৫৪০–০ নিযুত বছৰ প্ৰিকে
কেম
অ
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
| |
---|---|
এক্স-ৰে টেট্ৰা (Pristella maxillaris) এবিধ দৃশ্যমান পৃষ্ঠৰজ্জু যুক্ত ক'ৰডাটা, পৃষ্ঠৰজ্জুৰ ভিতৰতে স্নায়ুৰজ্জু থাকে। | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata Haeckel, 1874[1] |
Subgroups | |
|
বন্ধ কৰক
ক'ৰডাটাৰ ৭৫,০০০ জীৱীত সদস্যৰ, প্ৰায় অৰ্ধেকেই Osteichthyes শ্ৰেণীৰ অন্তৰ্গত বনী ফিছ (bony fish)। পৃথিৱীৰ, আটাইতকৈ বৃহৎ আৰু ক্ষিপ্ৰতৰ প্ৰাণী, ক্ৰমে নীলা তিমি (blue whale) আৰু peregrine falcon, মানুহৰ দৰেই ক'ৰডাটাৰ অন্তৰ্গত।[2]