![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/d7/Mahesh_Bhupathi_US_Open_2009-2010-01-02.jpg/640px-Mahesh_Bhupathi_US_Open_2009-2010-01-02.jpg&w=640&q=50)
মহেশ ভূপতি
From Wikipedia, the free encyclopedia
মহেশ শ্ৰীনিবাস ভূপতি (ইংৰাজী: Mahesh Shrinivas Bhupathi; জন্ম: ৭ জুন ১৯৭৪) এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় পেছাদাৰী টেনিছ খেলুৱৈ। ১৯৯৭ চনত, তেওঁ গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্ট (ৰিকা হীৰাকীৰ সৈতে) জয় কৰা প্ৰথম ভাৰতীয়। ২০০৬ চনত অষ্ট্ৰেলিয়ান অপেন মিক্সড ডাবলছত জয়লাভ কৰাৰ লগে লগে তেওঁ মিক্সড ডাবলছত কেৰিয়াৰ গ্ৰেণ্ড শ্লেম অৰ্জন কৰা আঠজন টেনিছ খেলুৱৈৰ অভিজাত গোটত যোগদান কৰে। তেওঁ আন্তৰ্জাতিক প্ৰিমিয়াৰ টেনিছ লীগৰ প্ৰতিষ্ঠাপক। ২০১৬ চনৰ ডিচেম্বৰত, ভূপতিক ভাৰতৰ পৰৱৰ্তী অ-খেলুৱৈ ডেভিছ কাপৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয় আৰু ২০১৭ চনৰ ফেব্ৰুৱাৰীত তেওঁ আনন্দ অমৃতৰাজৰ পৰা শাসনভাৰ গ্ৰহণ কৰে।[2] নাডালৰ মতে, তেওঁৰ শক্তিশালী বেকহেণ্ডে তেওঁক এড ক'ৰ্টখেলুৱৈৰ বাবে সৰ্বশ্ৰেষ্ঠ কৰি তোলে। ৰ'জাৰ ফেডেৰাৰৰে তেওঁক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে প্ৰশংসা কৰে।[3]
ক্ষিপ্ৰ তথ্য সম্পূৰ্ণ নাম, দেশ ...
![]() ২০০৯ ইউএছ অপেনত মহেশ ভূপতি | |
সম্পূৰ্ণ নাম | মহেশ শ্ৰীনিবাস ভূপতি |
---|---|
দেশ | ![]() |
জন্ম | ৭ জুন, ১৯৭৪ (৫০ বছৰ) Chennai, India |
উচ্চতা | 1.85 মিটাৰ (U=ft}}) |
মহাবিদ্যালয় | Ole Miss |
পেচা গ্ৰহণ | 1995 |
অৱসৰ গ্ৰহণ | 2016 |
কেৰিয়াৰৰ মুঠ প্ৰাইজমাণি | $6,665,907[1] |
কেৰিয়াৰৰ অভিলেখ | 10–28 |
কেৰিয়াৰৰ খিতাপ | 0 |
সৰ্ব্বোচ্চ ৰেংকিং | No. 217 (2 February 1998) |
অষ্ট্ৰেলিয়ান অ'পেন | Q2 (1998) |
ফ্ৰেন্স অ'পেন | Q3 (1996, 1999) |
উইম্বলডন | 1R (1997, 1998, 2000) |
ইউ এছ অ’পেন | 1R (1995) |
কেৰিয়াৰৰ অভিলেখ | 687–364 |
কেৰিয়াৰৰ খিতাপ | 52 |
সৰ্ব্বোচ্চ ৰেংকিং | No. 1 (26 April 1999) |
অষ্ট্ৰেলিয়ান অ'পেন | F (1999, 2009, 2011) |
ফ্ৰেন্স অ'পেন | W (1999, 2001) |
উইম্বলডন | W (1999) |
ইউ এছ অ’পেন | W (2002) |
আন দ্বৈত প্ৰতিযোগিতা | |
এ টি পি ৱৰ্ল্ড টুৰ ফাইনেলচ্ | F (1997, 1999, 2000, 2010, 2012) |
অলিম্পিক | SF – 4th (2004) |
কেৰিয়াৰ অভিলেখ | 115–53 |
কেৰিয়াৰ খিটাপ | 8 |
অষ্ট্ৰেলিয়ান অ'পেন | W (2006, 2009) |
ফ্ৰেন্স অ'পেন | W (1997, 2012) |
উইম্বলডন | W (2002, 2005) |
ইউ এছ অ’পেন | W (1999, 2005) |
14 November 2016ত শেষবাৰ আপডেট কৰা হৈছে। |
বন্ধ কৰক