চেন্নাই
তামিলনাডুৰ ৰাজধানী / From Wikipedia, the free encyclopedia
চেন্নাই (তামিল: சென்னை) বা পূৰ্বৰ মাদ্ৰাজ (সহায়·তথ্য) (তামিল: மதறாஸ் মাড্ৰাছ) দক্ষিণ ভাৰতৰ তামিল নাডু ৰাজ্যৰ ৰাজধানী তথা ভাৰতৰ চতুৰ্থতম বৃহত্তম মেট্ৰ'পলিটান চহৰ। এইখন বঙ্গোপসাগৰৰ কৰমণ্ডল উপকূলত অৱস্থিত। ৩৬৮ বছৰ পুৰনি এই চহৰৰ জনসংখ্যা আনুমানিক ৬.৯১ মিলিয়ন (২০০৬)[5]; জনসংখ্যাৰ দিশৰ পৰা এইখন পৃথিৱীৰ ৩৬তম বৃহত্তম মেট্ৰোপলিটান চহৰ।
এই ভাৰত সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য চেন্নাইசென்னை মাদ্ৰাছ, দেশ ...
চেন্নাই சென்னை মাদ্ৰাছ |
|
---|---|
— মেট্ৰপলিচ — | |
অন্য নাম: ডেট্ৰৈট অৱ ইণ্ডিয়া (Detroit of India) | |
ভৌগোলিক স্থানাংক: 13.08389°N 80.27°E / 13.08389; 80.27 | |
দেশ | ভাৰত |
ৰাজ্য | তামিল নাডু |
জিলা | চেন্নাই, কাঞ্চিপুৰম আৰু তিৰুভেল্লুৰ[upper-alpha 1] |
পূৰ্বৰ নাম | মাদ্ৰাছ |
চৰকাৰ | |
- প্ৰকাৰ | মেয়ৰ–কাউন্সিল |
- পৰিষদ | চেন্নাই কৰ্পৰেশ্যন |
- মেয়ৰ | চৈদয় দুৰাইস্বামী[1] |
- ডেপুটি মেয়ৰ | পি বেঞ্জামিন |
- কৰ্পোৰেশ্যন কমিশ্যনাৰ | ডি কৰ্থেকেয়ন |
- পুলিছ কমিছনাৰ | S George[2] |
মাটিকালি | |
- মেট্ৰপলিচ | ৪২৬.৫ কি.মি.২ (১৬৪.৫ বৰ্গ মিটাৰ) |
- মহানগৰ | ১,১৮৯ কি.মি.২ (৪৬৪.৪৫ বৰ্গ মাইল) |
উচ্চতা | ৬ মিটাৰ (১৯.৬৯ ফুট) |
জনসংখ্যা (২০১১)[3] | |
- মেট্ৰপলিচ | ৫০,০৮,৭৬৩ জন |
- স্থান | ৩য়তম |
- জনঘনত্ব | ১১,৭৪৩.৯ প্ৰতি বৰ্গ কি.মি. (৩০,৪১৬.৫ প্ৰতি বৰ্গ মাইল) |
- মহানগৰ[4] | ৮৬,৯৬,০১০ জন |
- মেট্ৰ ৰেংক | ৩য় জন |
- মেট্ৰপলিটান | ৮৯,১৭,৭৪৯ (৪ৰ্থ) জন |
বিশেষণ | Chennaite, Madrasi |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+০৫:৩০) |
পিনকোড | 600 xxx, |
অঞ্চল কোড | +৯১-৪৪ |
যানবাহনৰ নম্বৰ | TN 01–10, 18, 20, 22 |
UN/LOCODE | IN MAA |
Official language | তামিল |
ৱেবছাইট | Website of the Chennai Corporation |
বন্ধ কৰক
চেন্নাই এখন শিল্প আৰু বাণিজ্যৰ এটা ডাঙৰ কেন্দ্ৰ আৰু সাংস্কৃতিক ঐতিহ্য আৰু মন্দিৰ স্থাপত্যৰ বাবে বিখ্যাত। চেন্নাই ভাৰতৰ মটৰগাড়ী উদ্যোগৰ ৰাজধানী। ইয়াত ভাৰতৰ মটৰ গাড়ী উদ্যোগৰ প্ৰায় ৪০% কোম্পানী আছে। ভাৰতত উৎপাদিত গাড়ীৰ এটা প্ৰধান অংশ ইয়াত তৈয়াৰ কৰা হয়। চেন্নাইক দক্ষিণ এছিয়াৰ "ডেট্ৰয়েট" হিচাপেও উল্লেখ কৰা হয়।[6]