বাঁহ কপৌ
From Wikipedia, the free encyclopedia
বাঁহ কপৌ বা অৰুণ্ডিনা গ্ৰেমিনিফ'লিয়া (ইংৰাজী: Arundina graminifolia) হৈছে অৰ্কিডৰ এটা প্ৰজাতি আৰু অৰুণ্ডিনা জাতৰ অন্তৰ্গত। এছিয়াৰ এই গ্ৰীষ্মমণ্ডলীয় প্ৰজাতিটো ম্যানমাৰ, ভাৰত, শ্ৰীলংকা, নেপাল, থাইলেণ্ড, ভিয়েটনাম, ৰুকিউ দ্বীপপুঞ্জ, মালয়েছিয়া, ছিংগাপুৰ, চীনৰ পৰা ইণ্ডোনেছিয়া, ফিলিপাইনছ আৰু নিউগিনিলৈকে বিস্তৃত। ৰিউনিয়ন, ফিজি, ফ্ৰেঞ্চ পলিনেছিয়া, মাইক্ৰ'নেছিয়া, ৱেষ্ট ইণ্ডিজ, কোষ্টা ৰিকা, পানামা, বেলিজ আৰু হাৱাইত ই প্ৰাকৃতিক হৈ পৰিছে।[1][2] ইয়াক বেম্বো অৰ্কিড বুলিও কোৱা হয়।[3]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |