ছিংগাপুৰ
From Wikipedia, the free encyclopedia
ছিংগাপুৰ দক্ষিণ-পূব এছিয়াৰ এক দ্বীপ ৰাষ্ট্ৰ। দেশখন মালয় উপদ্বীপৰ নিকটত অৱস্থিত। ইয়াৰ আনুষ্ঠানিক নাম ছিংগাপুৰ প্ৰজাতন্ত্ৰ (মালয়: Republic Singapura ৰেপুব্লিক্ ছিংগাপুৰা; ইংৰাজী: Republic of Singapore ৰিপাব্লিক্ অফ্ ছিংগাপুৰ্; চীনা: 新加坡共和国 চিঞ্চিয়াপু গংহেগুঅ; তামিল: சிங்கப்பூர் குடியரசு চিঙ্কাপ্পূৰ্ কুদিয়াৰাচু)।
ক্ষিপ্ৰ তথ্য ৰাষ্ট্ৰভাষা (সমূহ), জাতীয়তাসূচক বিশেষণ ...
ছিংগাপুৰ প্ৰজাতন্ত্ৰ Republic of Singapore (ইংৰাজী) Republik Singapura (মালয় ভাষা) 新加坡共和国 (চীনা ভাষা) சிங்கப்பூர் குடியரசு (তামিল ভাষা) |
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত মাজুলাহ ছিংগাপুৰা (অসমীয়ানুবাদ : আগুৱাই যোৱা ছিংগাপুৰ) |
||||||
ৰাজধানী | ছিংগাপুৰ1 1°17′N 103°51′E | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | ইংৰাজী মেণ্ডাৰীন(চীনা) মালয় তামিল |
|||||
জাতীয়তাসূচক বিশেষণ | ছিংগাপুৰী | |||||
চৰকাৰ | সংসদীয় গণতন্ত্ৰ | |||||
- | ৰাষ্ট্ৰপতি | টনি টেন কেং ইয়াম | ||||
- | প্ৰধানমন্ত্ৰী | লি চিয়েন লুং | ||||
স্বাধীনতা | ||||||
- | নগৰৰ মৰ্যাদা | ৪ জুলাই ১৯৫১ | ||||
- | যুক্তৰাজ্যেৰ অধীনত স্বায়ত্তশাসন | জুন ৩ ১৯৫৯[1] | ||||
- | স্বাধীনতা ঘোষণা | ৩১ আগষ্ট ১৯৬৩ | ||||
- | মালয়েছিয়াৰ লগত একীভূত | ১৬ ছেপ্তেম্বৰ ১৯৬৩ | ||||
- | মালয়েছিয়াৰ পৰা পৃথক | ৯ আগষ্ট ১৯৬৫ | ||||
মাটিকালি | ||||||
- | মুঠ | ৭০৪.০ বৰ্গ কিমি (১৯০) ২৭০ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ১.৪৪৪% | ||||
জনসংখ্যা | ||||||
- | 2007 আনুমানিক | ৪৬,৮০,৬০০'"`UNIQ--ref-০০০০০০০১-QINU`"' (১১৭) | ||||
- | ২০০০ লোকপিয়ল | ৪১,১৭,৭০০ | ||||
জিডিপি (পিপিপি) | ২০০৬ আনুমানিক | |||||
- | মুঠ | US$১৩৭.৭৬২২ বিলিয়ন (৫৪) | ||||
- | জনমুৰি | US$৩০,৭২৩.৬১ (১৭) | ||||
মানৱ উন্নয়ন সূচক (২০০৭) | ০.৯২২ (অতিউচ্চ) (২৫) | |||||
মুদ্ৰা | ছিংগাপুৰী ডলাৰ (SGD ) |
|||||
সময় অঞ্চল | ছিংগাপুৰ মান সময় (ইউটিচি+৮) | |||||
ইণ্টাৰনেট টিএলডি | .sg .新加坡 .சிங்கப்பூர் |
|||||
কলিং ক'ড | ++৬৫ |
বন্ধ কৰক