![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/5d/UN_Human_Development_Report_2015.svg/langas-640px-UN_Human_Development_Report_2015.svg.png&w=640&q=50)
মানৱ উন্নয়ন সূচক অনুযায়ী দেশৰ তালিকা
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি / From Wikipedia, the free encyclopedia
এয়া মানৱ উন্নয়ন সূচক অনুযায়ী সকলো দেশৰ তালিকা। এই তালিকা ৰাষ্ট্ৰ সংঘৰ ডেভেলপমেণ্ট প্ৰগ্ৰেমছ হ্যুমেন ডেভেলপমেণ্ট ৰিপ'ৰ্টৰ ওপৰত আধাৰিত। শেহতীয়া ১৪ ডিচেম্বৰ ২০১৫ চনৰ অনুমানৰ মতে তৈয়াৰ কৰা হৈছে।[2]
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/5/5d/UN_Human_Development_Report_2015.svg/640px-UN_Human_Development_Report_2015.svg.png)
২০১৫ চনৰ ১৪ ডিচেম্বৰৰ মানৱ উন্নয়ন সূচক অনুযায়ী দেশসমূহ[1] |
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/3/34/2014_UN_Human_Development_Report_Quartiles.svg/640px-2014_UN_Human_Development_Report_Quartiles.svg.png)
২০১০ চনত ইনিকুৱেলিটি-এডজাষ্টেড হ্যুমেন ডেভেলপমেণ্ট ইণ্ডেস্ক (IHDI) বা অসমতা-সজ্জিত মানৱ উন্নয়ন সূচক পৰিচত কৰা হ'ল। আই-এইচ-ডি-আই মানৱ উন্নয়নৰ প্ৰকৃত স্তৰ বুলিব পাৰি, আন হাতে, এইচ-ডি-আই "সম্ভাব্য" মানৱ উন্নয়ন সূচক বুলি অভিহিত কৰা হৈছে। সম্পূৰ্ণ সমতা অবিহনে সৰ্বোচ্চ আই-এইচ-ডি-আই লাভ কৰা সম্ভৱ নহয়।[3]