![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/as/thumb/7/72/Banahansa.film.screenshot.jpg/640px-Banahansa.film.screenshot.jpg&w=640&q=50)
বনহংস
অসমীয়া চলচ্চিত্ৰ / From Wikipedia, the free encyclopedia
বনহংস (ইংৰাজী: Banahansa) ১৯৭৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। পৰিচালনা, সংলাপ আৰু চিত্ৰনাট্য আব্দুল মজিদৰ। প্ৰযোজনা কৰিছে যোৰহাটৰ সেউজ বোলছবি সন্থাই। নিৰোদ চৌধুৰীৰ একে নামৰ উপন্যাসৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছে।[1]
ক্ষিপ্ৰ তথ্য বনহংস, পৰিচালক ...
বনহংস | |
---|---|
![]() | |
পৰিচালক | আব্দুল মজিদ |
ৰচনা | নিৰোদ চৌধুৰী |
চিত্ৰনাট্য | আব্দুল মজিদ |
প্ৰযোজক | সেউজ বোলছবি সন্থা |
অভিনয়ত | বিজয় শঙ্কৰ বিতপী মহন্ত |
চিত্ৰগ্ৰহণকাৰী | বিজয় দে (গোপী) |
সম্পাদনা | প্ৰণৱ ঘোষ |
সংগীত পৰিচালক | ভূপেন হাজৰিকা |
মুক্তি |
৬ ডিচেম্বৰ ১৯৭৭ |
দেশ | ভাৰত ![]() |
ভাষা | অসমীয়া |
বন্ধ কৰক