![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/6/6f/%25E0%25A6%25AA%25E0%25A7%258D%25E0%25A7%25B0%25E0%25A6%25BE%25E0%25A6%259E%25E0%25A7%258D%25E0%25A6%259C%25E0%25A6%25B2_%25E0%25A6%25B6%25E0%25A6%2587%25E0%25A6%2595%25E0%25A7%2580%25E0%25A6%25AF%25E0%25A6%25BC%25E0%25A6%25BE.jpg/640px-%25E0%25A6%25AA%25E0%25A7%258D%25E0%25A7%25B0%25E0%25A6%25BE%25E0%25A6%259E%25E0%25A7%258D%25E0%25A6%259C%25E0%25A6%25B2_%25E0%25A6%25B6%25E0%25A6%2587%25E0%25A6%2595%25E0%25A7%2580%25E0%25A6%25AF%25E0%25A6%25BC%25E0%25A6%25BE.jpg&w=640&q=50)
প্ৰাঞ্জল শইকীয়া
From Wikipedia, the free encyclopedia
প্ৰাঞ্জল শইকীয়া (ইংৰাজী: Pranjal Saikia) এজন অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা। তেখেতে ইয়াৰ উপৰিও এজন প্ৰযোজক আৰু চলচ্চিত্ৰ পৰিচালকো। তেখেতে বৰ্তমানলৈ প্ৰায় ৩০খন অসমীয়া চলচ্চিত্ৰ আৰু বহুকেইখন নাটকত অভিনয় কৰিছে[1]।
এই অসমৰ প্ৰসিদ্ধ ব্যক্তি সম্পৰ্কীয় জীৱনীমূলক চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য প্ৰাঞ্জল শইকীয়া, জন্ম ...
প্ৰাঞ্জল শইকীয়া | |
---|---|
![]() | |
জন্ম | ১৬ জানুৱাৰী ১৯৫২ যোৰহাট, অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় ![]() |
পেচা | অভিনেতা, প্ৰযোজক, চলচ্চিত্ৰ পৰিচালক |
দাম্পত্যসঙ্গী | পূৰ্ণিমা পাঠক শইকীয়া |
বন্ধ কৰক